Skip to content

Skip to table of contents

মাৰ্কে লিখা শুভবাৰ্তা

অধ্যায়বোৰ

সাৰাংশ

    • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰচাৰ কাম (১-৮)

    • যীচুৰ বাপ্তিষ্মা (৯-১১)

    • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১২, ১৩)

    • যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ ধৰিলে (১৪, ১৫)

    • যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৬-২০)

    • মানুহৰ শৰীৰৰ পৰা দুষ্ট স্বৰ্গদূতক উলিয়ালে (২১-২৮)

    • যীচুৱে কফৰনাহূমত বহুতো লোকক সুস্থ কৰে (২৯-৩৪)

    • এখন নিৰ্জন ঠাইলৈ গৈ প্ৰাৰ্থনা কৰিবলৈ ধৰে (৩৫-৩৯)

    • এজন কুষ্ঠৰোগীক সুস্থ কৰিলে (৪০-৪৫)

    • যীচুৱে জঠৰ ৰোগীক সুস্থ কৰিলে (১-১২)

    • যীচুৱে লেবীক মাতে (১৩-১৭)

    • লঘোনৰ বিষয়ে প্ৰশ্ন (১৮-২২)

    • যীচু, ‘বিশ্ৰাম-বাৰৰ প্ৰভু’ হয় (২৩-২৮)

    • হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (১-৬)

    • সাগৰৰ পাৰত এটা ডাঙৰ ভীৰ (৭-১২)

    • ১২ জন পাঁচনি (১৩-১৯)

    • পবিত্ৰ শক্তিৰ বিৰুদ্ধে নিন্দাজনক কথা (২০-৩০)

    • যীচুৰ মা আৰু ভায়েকবিলাক (৩১-৩৫)

    • ৰাজ্যৰ বিষয়ে উদাহৰণবোৰ (১-৩৪)

      • বীজ সিঁচোঁতাজন (১-৯)

      • যীচুৱে কিয় উদাহৰণবোৰ দিছিল (১০-১২)

      • বীজ সিঁচোঁতাজনৰ উদাহৰণৰ অৰ্থ বুজালে (১৩-২০)

      • চাকি জ্বলাই ঢাকি ৰখা নহয় (২১-২৩)

      • যি জোখেৰে তোমালোকে জোখা (২৪, ২৫)

      • বীজ সিঁচোঁতাজন শুৱে (২৬-২৯)

      • সৰিয়হ গুটি (৩০-৩২)

      • উদাহৰণবোৰ দিছিল (৩৩, ৩৪)

    • যীচুৱে ধুমুহাক শান্ত কৰে (৩৫-৪১)

    • যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰিবোৰত পঠিয়ালে (১-২০)

    • যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চুৱে (২১-৪৩)

    • যীচুক নিজৰ নগৰে গ্ৰহণ নকৰিলে (১-৬)

    • ১২ জন শিষ্যক প্ৰচাৰৰ কাৰণে নিৰ্দেশনা দিলে (৭-১৩)

    • যোহন বাপ্তিষ্মা দিওঁতাৰ মৃত্যু (১৪-২৯)

    • যীচুৱে ৫,০০০ জনক খোৱালে (৩০-৪৪)

    • যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (৪৫-৫২)

    • গিনেচৰৎ অঞ্চলত সুস্থ কৰে (৫৩-৫৬)

    • মানুহৰ পৰম্পৰাবোৰ পোহৰলৈ আনিলে (১-১৩)

    • হৃদয়ৰ পৰা ওলোৱা কথাবোৰেই অশুচি কৰে (১৪-২৩)

    • চীৰিয়াৰ ফৈনীকিয়াত থকা তিৰোতাগৰাকীৰ বিশ্বাস (২৪-৩০)

    • কলা ব্যক্তিজনক সুস্থ কৰা হʼল (৩১-৩৭)

    • যীচুৱে ৪,০০০ জনক খোৱালে (১-৯)

    • এটা চিন দেখুৱাবলৈ কʼলে (১০-১৩)

    • ফৰীচীবিলাকৰ আৰু হেৰোদৰ খমিৰ (১৪-২১)

    • বৈৎচৈদাত অন্ধ ব্যক্তিজনক ঠিক কৰা হʼল (২২-২৬)

    • পিতৰে কʼলে যে যীচুৱেই খ্ৰীষ্ট হয় (২৭-৩০)

    • যীচুৰ মৃত্যুৰ ভৱিষ্যবাণী (৩১-৩৩)

    • প্ৰকৃত শিষ্যসকল কোন (৩৪-৩৮)

    • যীচুৰ ৰূপ সলনি হʼল (১-১৩)

    • দুষ্ট স্বৰ্গদূতে পোৱা লʼৰাজন সুস্থ হʼল (১৪-২৯)

      • যাৰ বিশ্বাস আছে, তেওঁৰ কাৰণে সকলো সম্ভৱ (২৩)

    • যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩০-৩২)

    • শিষ্যসকলে কাজিয়া কৰে যে কোন ডাঙৰ হয় (৩৩-৩৭)

    • যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে (৩৮-৪১)

    • উজুটি খোৱায় (৪২-৪৮)

    • “তোমালোক নিমখৰ দৰে হোৱা” (৪৯, ৫০)

  • ১০

    • বিয়া আৰু তালাক (১-১২)

    • যীচুৱে লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে (১৩-১৬)

    • এজন ধনী মানুহৰ প্ৰশ্ন (১৭-২৫)

    • ৰাজ্যৰ কাৰণে ত্যাগ (২৬-৩১)

    • যীচুৱে আকৌ এবাৰ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩২-৩৪)

    • যাকোব আৰু যোহনৰ অনুৰোধ (৩৫-৪৫)

      • বহুতো লোকৰ জীৱনৰ কাৰণে যীচুৱে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিলে (৪৫)

    • বাৰতীময় নামৰ এজন অন্ধ মানুহক সুস্থ কৰা হʼল (৪৬-৫২)

  • ১১

    • যীচু যিৰূচালেমলৈ আহিলে (১-১১)

    • ডিমৰু গছক অভিশাপ দিয়া হʼল (১২-১৪)

    • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১৫-১৮)

    • শুকাই যোৱা ডিমৰু গছৰ পৰা শিক্ষা (১৯-২৬)

    • যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন তোলা হয় (২৭-৩৩)

  • ১২

    • হত্যা কৰা খেতিয়কসকলৰ উদাহৰণ (১-১২)

    • ঈশ্বৰ আৰু সম্ৰাট (১৩-১৭)

    • মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (১৮-২৭)

    • দুটা প্ৰধান আজ্ঞা (২৮-৩৪)

    • খ্ৰীষ্ট, দায়ূদৰ বংশ নে? (৩৫-৩৭ক)

    • নিয়ম শিকোৱা লোকসকলৰ বিষয়ে সাৱধানবাণী (৩৭খ-৪০)

    • দুখীয়া বিধৱাৰ দুটা মুদ্ৰা (৪১-৪৪)

  • ১৩

    • জগতৰ ব্যৱস্থাৰ অন্ত (১-৩৭)

      • যুদ্ধ, ভূমিকম্প, আকাল ()

      • শুভবাৰ্তা প্ৰচাৰ কৰা হʼব (১০)

      • মহা-সংকট (১৯)

      • মানুহৰ পুত্ৰ আহে (২৬)

      • ডিমৰু গছৰ উদাহৰণ (২৮-৩১)

      • জাগি থাকা (৩২-৩৭)

  • ১৪

    • পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১, ২)

    • যীচুৰ মূৰত সুগন্ধি তেল ঢলা হʼল (৩-৯)

    • যিহূদাই যীচুক বিশ্বাসঘাত কৰে (১০, ১১)

    • শেষ নিস্তাৰ-পৰ্ব (১২-২১)

    • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২২-২৬)

    • পিতৰে যীচুক অস্বীকাৰ কৰিব বুলি ভৱিষ্যবাণী (২৭-৩১)

    • যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩২-৪২)

    • যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৩-৫২)

    • মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৩-৬৫)

    • পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৬-৭২)

  • ১৫

    • যীচু পীলাতৰ সন্মুখত (১-১৫)

    • সকলোৰে আগত ঠাট্টা কৰা হʼল (১৬-২০)

    • গলগথাত কাঠত আঁৰি দিয়া হʼল (২১-৩২)

    • যীচুৰ মৃত্যু (৩৩-৪১)

    • যীচুক কবৰ দিয়া হʼল (৪২-৪৭)

  • ১৬

    • যীচু জীয়াই উঠিল (১-৮)