Skip to content

Skip to table of contents

কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ (১, ২)

    • সকলো পৰীক্ষাত ঈশ্বৰৰ পৰা শান্ত্বনা (৩-১১)

    • পৌলৰ যাত্ৰাৰ যোজনা সলনি (১২-২৪)

    • পৌলে আনন্দ দিব বিচাৰে (১-৪)

    • এজন পাপীক ক্ষমা কৰা হʼল, বাহাল কৰা হʼল (৫-১১)

    • পৌল ত্ৰোৱা আৰু মাকিদনিয়াত (১২, ১৩)

    • প্ৰচাৰ কাম, এক বিজয়যাত্ৰা (১৪-১৭)

      • ঈশ্বৰৰ বাক্যৰ বেপাৰী নহওঁ (১৭)

    • মঞ্জুৰি পত্ৰবোৰ (১-৩)

    • নতুন চুক্তিৰ সেৱক (৪-৬)

    • নতুন চুক্তিৰ মহিমা বেছি শ্ৰেষ্ঠ হয় (৭-১৮)

    • শুভবাৰ্তাৰ পোহৰ (১-৬)

      • অবিশ্বাসীসকলৰ মন অন্ধ কৰি দিছে ()

    • মাটিৰ পাত্ৰত ৰত্ন (৭-১৮)

    • স্বৰ্গৰ ঘৰ কাপোৰৰ দৰে পিন্ধা (১-১০)

    • পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ কাম (১১-২১)

      • এক নতুন সৃষ্টি (১৭)

      • খ্ৰীষ্টৰ কাৰণে ৰাজদূত (২০)

    • ঈশ্বৰৰ মহা-কৃপাৰ বেয়া ব্যৱহাৰ নকৰিবা (১, ২)

    • পৌলৰ সেৱাৰ বৰ্ণনা (৩-১৩)

    • মিল নোখোৱা যুঁৱলিত যোতা নহʼবা (১৪-১৮)

    • আমি নিজকে শুচি কৰোঁ ()

    • কৰিন্থীয়াবিলাকৰ কাৰণে পৌল আনন্দিত (২-৪)

    • তীতে ভাল খবৰ আনে (৫-৭)

    • ঈশ্বৰক আনন্দিত কৰা নিৰাশা; অনুতাপ (৮-১৬)

    • যিহূদীৰ খ্ৰীষ্টানসকলৰ কাৰণে দান জমা কৰা (১-১৫)

    • তীতক কৰিন্থলৈ পঠোৱা হʼল (১৬-২৪)

    • দিবলৈ উৎসাহিত কৰা (১-১৫)

      • ঈশ্বৰে আনন্দ মনেৰে দিয়া লোকসকলক প্ৰেম কৰে ()

    • ১০ পৌলে নিজৰ সেৱাৰ পক্ষে কয় (১-১৮)

      • আমাৰ অস্ত্ৰ-শস্ত্ৰ জগতৰ দৰে নহয় (৪, ৫)

    • ১১ পৌল আৰু মহা-পাঁচনি (১-১৫)

    • পৌলৰ ওপৰত অহা সমস্যাবোৰ (১৬-৩৩)

    • ১২ পৌলৰ দৰ্শন (১-৭ক)

    • পৌলৰ “শৰীৰত এটা কাঁইট” (৭খ-১০)

    • মহা-পাঁচনিসকলতকৈ কম নহয় (১১-১৩)

    • কৰিন্থীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (১৪-২১)

    • ১৩ শেষ সাৱধানবাণী আৰু পৰামৰ্শবোৰ (১-১৪)

      • “নিজকে চালি-জাৰি চাই থাকা যে তোমালোকে বিশ্বাসত আছা নে নাই” ()

      • শুধৰণি কৰি থাকা; একেধৰণৰ চিন্তাধাৰা ৰাখা (১১)