Skip to content

Skip to table of contents

ইফিচীয়াসকললৈ চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ (১, ২)

    • স্বৰ্গত সকলো ধৰণৰ আশীৰ্বাদ (৩-৭)

    • খ্ৰীষ্টৰ যোগেদি সকলোবোৰ একত্ৰিত কৰা (৮-১৪)

      • নিৰ্ধাৰিত কৰা সময়ত “বিভিন্ন বিষয় পৰিচালনা কৰিবলৈ এটা ব্যৱস্থা” (১০)

      • পবিত্ৰ শক্তিৰ মোহৰ “বইনা হিচাপে” (১৩, ১৪)

    • ইফিচীয়াসকলৰ বিশ্বাসৰ কাৰণে পৌলে প্ৰাৰ্থনাত ধন্যবাদ দিয়ে (১৫-২৩)

    • আমাক জীয়াই তুলি খ্ৰীষ্টৰ লগত এক কৰিলে (১-১০)

    • পৃথক কৰি ৰখা দেৱালক ভাঙিলে (১১-২২)

    • পবিত্ৰ ৰহস্যত ইস্ৰায়েলী নোহোৱা লোকসকলক জড়িত কৰা হʼল (১-১৩)

      • ইস্ৰায়েলী নোহোৱা লোকসকলে খ্ৰীষ্টৰ লগত উত্তৰাধিকাৰ লাভ কৰিব ()

      • যুগে যুগে চলি অহা ঈশ্বৰৰ উদ্দেশ্য (১১)

    • অন্তৰ্দৃষ্টি পাবলৈ ইফিচীয়াসকলৰ কাৰণে প্ৰাৰ্থনা কৰে (১৪-২১)

    • খ্ৰীষ্টৰ শৰীৰৰ একতা (১-১৬)

      • মানুহৰ ৰূপত উপহাৰ ()

    • পুৰণি ব্যক্তিত্ব আৰু নতুন ব্যক্তিত্ব (১৭-৩২)

    • ভাল কথা-বতৰা আৰু ব্যৱহাৰ (১-৫)

    • পোহৰৰ সন্তানৰ দৰে চলা (৬-১৪)

    • পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হোৱা (১৫-২০)

      • নিজৰ সময়ক ভালদৰে ব্যৱহাৰ কৰা (১৬)

    • স্বামী আৰু পত্নীসকলৰ কাৰণে পৰামৰ্শ (২১-৩৩)

    • লʼৰা-ছোৱালী আৰু মা-দেউতাৰ কাৰণে পৰামৰ্শ (১-৪)

    • দাস আৰু মালিকৰ কাৰণে পৰামৰ্শ (৫-৯)

    • ঈশ্বৰে দিয়া গোটেই অস্ত্ৰ-শস্ত্ৰ (১০-২০)

    • অৱশেষত নমস্কাৰ (২১-২৪)