Skip to content

Skip to table of contents

তীমথিয়লৈ প্ৰথম চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ (১, ২)

    • মিছা শিক্ষকসকলৰ বিষয়ে সতৰ্কবাণী (৩-১১)

    • পৌলৰ ওপৰত মহা-কৃপা কৰা হʼল (১২-১৬)

    • চিৰকালৰ ৰজা (১৭)

    • ‘ভালদৰে সংঘৰ্ষ কৰা’ (১৮-২০)

    • সকলো ধৰণৰ লোকসকলৰ কাৰণে প্ৰাৰ্থনা (১-৭)

      • ঈশ্বৰ এজনেই, এজনেই মধ্যস্থতা ()

      • সকলোৰে কাৰণে মুক্তিৰ মূল্য ()

    • পুৰুষ আৰু তিৰোতাসকলৰ কাৰণে নিৰ্দেশনা (৮-১৫)

      • মৰ্য্যদাৰে সৈতে কাপোৰ পিন্ধা (৯, ১০)

    • অধ্যক্ষসকলৰ যোগ্যতাবোৰ (১-৭)

    • সহায়ক সেৱকসকলৰ যোগ্যতাবোৰ (৮-১৩)

    • ঈশ্বৰৰ ভক্তিৰ পবিত্ৰ ৰহস্য (১৪-১৬)

    • দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ পৰা সাৱধান (১-৫)

    • খ্ৰীষ্টৰ এজন ভাল সেৱক কেনেকৈ হʼব পাৰি (৬-১০)

      • শৰীৰৰ ব্যায়াম আৰু ঈশ্বৰৰ ভক্তিৰ মাজত পাৰ্থক্য ()

    • নিজৰ শিক্ষাৰ ওপৰত ধ্যান দিয়া (১১-১৬)

    • ডেকা আৰু বৃদ্ধসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত (১, ২)

    • বিধৱাসকলক সহায় কৰা (৩-১৬)

      • নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা কৰা ()

    • পৰিশ্ৰমী প্ৰাচীনসকলক আদৰ কৰা (১৭-২৫)

      • ‘নিজৰ পেটৰ কাৰণে অলপ দ্ৰাক্ষাৰস’ (২৩)

    • দাসে নিজৰ মালিকসকলক আদৰ কৰক (১, ২)

    • মিছা শিক্ষক; টকা-পইচাৰ প্ৰতি প্ৰেম (৩-১০)

    • ঈশ্বৰৰ সেৱকক নিৰ্দেশনা (১১-১৬)

    • ভাল কামত ধনী হোৱা (১৭-১৯)

    • নিজৰ সম্পত্তি চম্ভালি ৰাখা (২০, ২১)