Skip to content

Skip to table of contents

তীমথিয়লৈ দ্বিতীয় চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • নমস্কাৰ (১, ২)

    • তীমথিয়ৰ বিশ্বাসৰ কাৰণে পৌল ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ (৩-৫)

    • ঈশ্বৰৰ বৰদানক জুইৰ দৰে জ্বলাই ৰাখা (৬-১১)

    • লাভজনক শিক্ষাবোৰ ধৰি ৰাখা (১২-১৪)

    • পৌলৰ শত্ৰুসকল আৰু বন্ধুসকল (১৫-১৮)

    • যোগ্য পুৰুষসকলক শিকোৱা (১-৭)

    • শুভবাৰ্তাৰ কাৰণে দুখ ভোগা (৮-১৩)

    • ঈশ্বৰৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰা (১৪-১৯)

    • ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা (২০-২২)

    • বিৰোধীসকলৰৰ লগত কেনেকৈ ব্যৱহাৰ কৰা হয় (২৩-২৬)

    • শেষ-কালত সংকটেৰে ভৰা সময় (১-৭)

    • পৌলৰ উদাহৰণ ভালদৰে জানা (৮-১৩)

    • ‘যিবোৰ কথা তুমি শিকিছা, সেইবোৰ পালন কৰি থাকা’ (১৪-১৭)

      • গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে (১৬)

    • “নিজৰ সেৱা ভালদৰে পূৰ কৰা” (১-৫)

      • উৎসাহেৰে প্ৰচাৰ কৰা ()

    • “মই ভালদৰে সংঘৰ্ষ কৰিলোঁ” (৬-৮)

    • পৌলৰ নিজৰ কিছুমান কথা (৯-১৮)

    • অৱশেষত নমস্কাৰ (১৯-২২)