Skip to content

Skip to table of contents

১ কৰিন্থীয়া কিতাপখনৰ পৰিচয়

১ কৰিন্থীয়া কিতাপখনৰ পৰিচয়

কৰিন্থৰ ভাই-ভনীসকললৈ লিখা প্ৰথমখন চিঠিৰ ওপৰত ধ্যান দিয়ক। এই চিঠিখনত একতাত থকা, নৈতিক মানদণ্ড বজাই ৰখা আৰু এজনে-আনজনক প্ৰেম কৰাৰ বিষয়ে ঈশ্বৰৰ প্ৰেৰণাৰে পৰামৰ্শ দিয়া হৈছে।