Skip to content

হোৱাইট বোৰ্ড এনিমেশ্বন

গম্ভীৰ বিষয়বোৰ কেনেকৈ সন্মুখীন হʼব পাৰি, তাৰ বিষয়ে এই আকৰ্ষণীয় চিত্ৰ-কথাবোৰে শিক্ষা দিয়ে।

 

ভাবি-চিন্তি টকা-পইচা ব্যৱহাৰ কৰক

আপোনাৰ টকা-পইচাৰ এতিয়া ভাবি-চিন্তি ব্যৱহাৰ কৰক যাতে উচিত সময়ত আপোনাৰ সহায় হয়!

নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব

বহুতো লোকে চিগাৰেট খায় কিন্তু কিছুমান লোকে এই অভ্যাস এৰিবলৈ চেষ্টা কৰে। কিয়? চিগাৰেট খোৱাটো হঁচাকৈ ইমান বেয়া নে?

ভিডিঅ’ গেম: আপুনি সঁচাকৈ জয় লাভ কৰিছেনে?

ভিডিঅ’ গেম খেলি ভাল লাগে, কিন্তু ইয়ে কিছুমান বিপদো আনে। আপুনি কেনেকৈ এই বিপদৰ পৰা বাচি থাকি, প্ৰকৃত জয় লাভ কৰিব পাৰে?

মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক

মদৰ প্ৰভাৱত বহুতো লোকে এনে কথা বা কাম কৰে যাৰ বাবে পাছত পশ্চতাব লগীয়া হয়। মদ খোৱাৰ সমস্যা আৰু অপব্যৱহাৰ পৰা আপুনি নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে?

আপুনি কাৰ নিয়ন্ত্ৰনত আছে—নিজৰ নে ফোনৰ?

আপুনি হয়তো আধুনিক টেকন’লজিৰ জগতত জীয়াই আছে, কিন্তু ইয়ে আপোনাক নিয়ন্ত্ৰন কৰাৰ প্ৰয়োজন নাই। আপোনাৰ ডিভাইচে আপোনাক নিয়ন্ত্ৰনত ৰাখিছে বুলি কেনেকৈ জানিব পাৰি? যদি আপুনি ডিভাইচৰ নিয়ন্ত্ৰনত আছে, আপুনি ইয়াৰ পৰা কেনেকৈ বাহিৰলৈ ওলাব পাৰিব?

মই বেছিকৈ স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰোঁ?

আপুনি বিচাৰে যে আপোনাৰ লগত ডাঙৰ নিচিনা ব্যৱহাৰ কৰাটো, কিন্তু আপোনাৰ মা-দেউতায়ে এইদৰে নাভাবে। তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আপুনি কি পদক্ষেপ লব?

পৰচৰ্চা কৰাৰপৰা মই কেনেকৈ দূৰে থাকিম?

যেতিয়া আপোনাৰ কথা-বতৰা পৰচৰ্চালৈ পৰিণত হয়, পদক্ষেপ লওক!

বন্ধুসকলৰ কথাত ভুল নাযাব!

সাহসেৰে নিজৰ নিৰ্ণয় নিজে লʼবলৈ এই চাৰিটা পদক্ষেপে আপোনাক সহায় কৰিব পাৰে।

বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক

আপোনাৰ বন্ধুসকলৰ লগত অনলাইনত যোগাযোগ কৰোঁতে আনন্দ কৰক আৰু সুৰক্ষিত থাকক।

প্ৰকৃত বন্ধু কোন হয?

মিছা বন্ধু সহজতে পোৱা যায়, কিন্তু আপুনি সচাঁ বন্ধু কেনেকৈ বিচাৰি পাব?