গীত নং ৩৫
‘গুৰুত্বপূৰ্ণ বিষয়বোৰ বাচনি কৰক’
১. আ-মি নি-ৰ্ণয় লো-ৱাৰ এ-তি-য়াই প্ৰ-য়ো-জন,
যি-য়ে হয় উ-ত্তম,
স-ত্যৰ প-থত চ-লি-ব-লৈ আ-মি,
যাঃৰ জ্ঞান লৈ হওঁ বু-দ্ধি-মান!
(কোৰাচ)
আ-হা আ-মি; ভাল কাম ক-ৰোঁ,
পা-পক এ-ৰোঁ,
জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;
তে-হে দি-ব,
তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।
২. স-ক-লো-কে শু-নো-ৱা ৰা-জ্যৰ বা-ৰ্তাত-কৈ,
নাই কাম জ-ৰু-ৰী;
স-ত্যৰ বা-বে আ-গ্ৰহ থ-কা জ-নক
ক-ৰোঁ প্ৰে-মে-ৰে স-হায়।
(কোৰাচ)
আ-হা আ-মি; ভাল কাম ক-ৰোঁ,
পা-পক এ-ৰোঁ,
জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;
তে-হে দি-ব,
তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।
৩. প্ৰ-থম স্থান দি জী-ৱ-নত সেই কা-মক আ-মি,
হওঁ যে আ-ন-ন্দিত।
সে-য়া ক-ৰি-ব ৰ-ক্ষা হৃ-দ-য়ক,
আ-ৰু পাম শা-ন্তি ম-নত।
(কোৰাচ)
আ-হা আ-মি; ভাল কাম ক-ৰোঁ,
পা-পক এ-ৰোঁ,
জ্ঞা-ন-ৱান হৈ ক-ৰোঁ যি-হো-ৱাৰ কাম;
তে-হে দি-ব,
তেওঁ আ-মাক জী-ৱ-নৰ আ-শী-ৰ্বাদ।
(গীত. ৯৭:১০; যোহ. ২১:১৫-১৭; ফিলি. ৪:৭ পদবোৰো চাওক।)