Skip to content

Skip to table of contents

গীত নং ৩৮

তেওঁ তোমাক শক্তি দিব

তেওঁ তোমাক শক্তি দিব

(১ পিতৰ ৫:১০)

  1. ১. আ-ছি-লা তু-মি আ-ন্ধাৰ জ-গ-তত ডু-বি,

    যাঃ-য়ে আ-নি-লে তো-মাক বি-ছা-ৰি,

    দে-খি-লে তেওঁ মন তো-মাৰ যে চা-লি-জা-ৰি,

    তেওঁক বি-ছা-ৰি আ-ছি-লা যে তু-মি,

    প্ৰ-তি-শ্ৰু-তি দি-লা সং-গী হো-ৱাৰ,

    তেওঁ কে-তি-য়া-ও নে-ৰি-ব তো-মাক।

    (কোৰাচ)

    পু-ত্ৰৰ ব-লি-দা-নে-ৰে

    তেওঁ কি-নি-লে তো-মাক,

    স-ম্প-ত্তি যাঃৰ তু-মি

    পা-লে যে তেওঁ তো-মাক।

    ৰ-খী-য়াৰ দ-ৰে যাঃ-য়ে

    ব-চা-ব যে তো-মাক,

    মজ-বুত ক-ৰি-ব তেওঁ

    সাহ-সক দি যে তো-মাক।

  2. ২. তো-মাৰ বা-বে যাঃ-য়ে ক-ৰি-লে পু-ত্ৰক দান;

    উ-দ্ধা-ৰৰ পথ দি-লে যে তেওঁ তো-মাক।

    যি-হো-ৱাই বি-চা-ৰে জী-ৱন পো-ৱা তু-মি,

    নি-ৰাশ ন-হ-বা স-ম-স্যাত ভু-গী

    আ-ছে যি-হো-ৱা সং-গী হৈ তো-মাৰ

    থা-কি-বা তু-মি স-দায় হৈ তে-ওঁৰ।

    (কোৰাচ)

    পু-ত্ৰৰ ব-লি-দা-নে-ৰে

    তেওঁ কি-নি-লে তো-মাক,

    স-ম্প-ত্তি যাঃৰ তু-মি

    পা-লে যে তেওঁ তো-মাক।

    ৰ-খী-য়াৰ দ-ৰে যাঃ-য়ে

    ব-চা-ব যে তো-মাক,

    মজ-বুত ক-ৰি-ব তেওঁ

    সাহ-সক দি যে তো-মাক।

(ৰোম. ৮:৩২; ১৪:৮, ৯; ইব্ৰী ৬:১০; ১ পিত. ২:৯ পদবোৰো চাওক।)