Skip to content

Skip to table of contents

গীত নং ৪৯

যিহোৱাৰ মন আনন্দিত কৰা

যিহোৱাৰ মন আনন্দিত কৰা

(হিতোপদেশ ২৭:১১)

  1. ১. যাঃ, তো-মাৰ ই-চ্ছা পূৰ ক-ৰোঁ;

    তো-মাৰ বু-দ্ধি-ৰে জী-ৱন জীওঁ,

    যা-তে শ-ত্ৰুক দি-য়া উ-ত্তৰ,

    ক-ৰোঁ সু-খী, তো-মাৰ অ-ন্তৰ।

  2. ২. দাস ক-ৰে সে-ৱাৰ ম-হান কাম,

    ধ-ৰাত জ-নাই যাঃ, তো-মাৰ নাম,

    দি-য়ে জ্ঞা-নৰ আ-হাৰ আ-মাক,

    যা-তে হওঁ আ-মি বু-দ্ধি-মান।

  3. ৩. প-বি-ত্ৰ শ-ক্তি-ৰে তো-মাৰ,

    চ-লো-ৱা প-থত যে আ-মাক

    নি-তৌ ক-ৰোঁ যাঃৰ প্ৰ-শং-সা,

    আ-ন-ন্দত ক-ৰোঁ ম-হি-মা।