গীত নং ৬১
আগবাঢ়া সাক্ষীসকল
১. উৎ-সাহ, আ-ন-ন্দে-ৰে এই বা-ৰ্তা জ-নাওঁ,
যি-হো-ৱাৰ সা-ক্ষী আ-মি সা-জু হৈ থা-কোঁ।
য’-তে না-পাওঁ ন-ম্ৰ-স-ক-লক,
ঈ-শ্ব-ৰৰ সেই বা-ক্যৰ যো-গে-দি শি-কাওঁ।
(কোৰাচ)
আগ-বা-ঢ়ি যো-ৱা যি-হো-ৱাৰ সা-ক্ষী-সকল,
স-ৰ্ব্ব-প-ৰি জ-নাৰ প্ৰ-তি-জ্ঞা পূৰ হ’-ব।
আ-ন-ন্দিত হৈ আ-মি ক-ৰিম জয়-গান সেই দিন,
আ-মাৰ বা-বে ৰৈ আ-ছে আ-শী-ৰ্বাদ।
২. য-দি আ-মি জী-ৱন স-ৰল ক-ৰি লওঁ,
যি-হো-ৱাৰ সে-ৱা ক-ৰি স্ব-ৰ্গত ধন সা-চোঁ।
মা-নু-হক আ-মি ভয় ন-ক-ৰোঁ,
যাঃৰ প্ৰ-তি-জ্ঞাত আ-ছে আ-মাৰ ভ-ৰ-সা।
(কোৰাচ)
আগ-বা-ঢ়ি যো-ৱা যি-হো-ৱাৰ সা-ক্ষী-সকল,
স-ৰ্ব্ব-প-ৰি জ-নাৰ প্ৰ-তি-জ্ঞা পূৰ হ’-ব।
আ-ন-ন্দিত হৈ আ-মি ক-ৰিম জয়-গান সেই দিন,
আ-মাৰ বা-বে ৰৈ আ-ছে আ-শী-ৰ্বাদ।
৩. মি-ছা অ-ভি-যোগ ল-গা-লে চয়-তা-নে,
ঈ-শ্বৰ হয় মি-ছ-লী-য়া আ-ৰু নি-ৰ্দ-য়ী।
আ-হা, সেই অ-ভি-যোগ আঁ-ত-ৰাও,
যি-হো-ৱা হয় স-ত্য ঈ-শ্বৰ তাক জ-নাওঁ।
(কোৰাচ)
আগ-বা-ঢ়ি যো-ৱা যি-হো-ৱাৰ সা-ক্ষী-সকল,
স-ৰ্ব্ব-প-ৰি জ-নাৰ প্ৰ-তি-জ্ঞা পূৰ হ’-ব।
আ-ন-ন্দিত হৈ আ-মি ক-ৰিম জয়-গান সেই দিন,
আ-মাৰ বা-বে ৰৈ আ-ছে আ-শী-ৰ্বাদ।
(যাত্ৰা. ৯:১৬; ফিলি. ১:৭; ২ তীম. ২:৩, ৪; যাকো. ১:২৭ পদবোৰো চাওক।)