গীত নং ৮৭
আহা! সতেজ হোৱা
(ইব্ৰী ১০:২৪, ২৫)
-
১. মা-নু-হে আ-জি বু-জি না-পায় স-ত্য;
না-মা-নে যি-হো-ৱাৰ ক-থা।
য-দি আ-মি মু-ক্তি পা-ব বি-চা-ৰোঁ;
পা-লন ক-ৰিম প্ৰ-ভুৰ আ-জ্ঞা।
শা-স্ত্ৰ-য়ে শি-কা-লে যে স-ত্য আ-মাক,
প্ৰেম বা-ঢ়ি-লে তে-ওঁৰ বা-বে,
বি-শ্বা-সে-ৰে আ-মি জী-য়াই থা-কি,
আ-শা পা-লোঁ জী-ৱ-নৰ এই।
যি-হো-ৱাৰ আ-জ্ঞা মা-নি চ-লোঁ যা-তে,
জী-ৱ-নৰ পথ হ‘-ব স-ৰল।
স-ভা-লৈ গৈ আ-মি যে উৎ-সা-হিত হওঁ;
সং-গ-তি প্ৰে-মৰ আ-মি পাওঁ।
-
২. যি-হো-ৱাই ভাল-দ-ৰে বু-জাই যে আ-মাক;
মা-নোঁ আ-মি তে-ওঁৰ আ-জ্ঞা।
কয় যে তেওঁ স-ভা-হঁত এক-গোট হো-ৱা,
ন-হ-বা অ-কল-শ-ৰী-য়া।
যি-হো-ৱাই বু-দ্ধি আ-মাক দি-য়াৰ বা-বে,
বু-দ্ধি-মান স-ক-লো-ৱে হওঁ।
বৃ-দ্ধ-জ-নাৰ বি-শ্বাস আ-ৰু ভাল কা-মে,
ক-ৰি তো-লে যে বি-শ্বা-সী।
স-ভা-হঁত ব-ন্ধু আ-মি পাওঁ যে ম-নৰ,
শ-ক্তি পাওঁ জী-ৱ-নত আ-মি।
ন-তুন পৃ-থি-ৱীৰ আ-শা ম-নত ৰা-খি,
ব‘-লা স-ভা-লৈ যাওঁ আ-মি।
(গীত. ৩৭:১৮; ১৪০:১; হিতো. ১৮:১; ইফি. ৫:১৬; যাকো. ৩:১৭ পদবোৰো চাওক।)