গীত নং ৯৬
যিহোৱাৰ পবিত্ৰ কিতাপ—এক অমূল্য উপহাৰ
(হিতোপদেশ ২:১)
১. ঈ-শ্ব-ৰে দিয়া এই অ-মূ-ল্য বা-ক্য,
দি-য়ে পো-হৰ আ-মাক এই জী-ৱ-নত।
ই-য়াৰ শ-ক্তি, যি ক-ৰে স-হায় আ-মাক;
দি-য়ে যি শি-ক্ষা আ-মাৰ জী-ৱনত।
বাই-বেল, ঈ-শ্ব-ৰৰ সেই অ-মূ-ল্য কি-তাপ,
লি-খি-ব-লৈ তেওঁ দি-লে মা-নু-হক;
প-বি-ত্ৰ শ-ক্তিৰ স-হা-য়ত লি-খি-লে,
যি-হো-ৱাৰ উ-দ্দে-শ্য এই কি-তা-পত।
২. সৃ-ষ্টিৰ বি-ষ-য়ে লি-খি-লে লে-খ-কে,
কে-নে-কৈ বি-শ্ব ব-না-লে যাঃ-য়ে;
আ-ৰ-ম্ভ-ণীত মা-নুহ আ-ছিল অ-ধী-নত,
আ-জ্ঞা না-মা-নি হে-ৰা-লে জী-ৱন।
দু-ষ্ট চয়-তা-নৰ বি-ষ-য়ে জ-না-লে,
যি-জ-নে বি-দ্ৰোহ ক-ৰি-লে পি-তাক;
পা-পী মা-নু-হে পা-লে দুখ জী-ৱ-নত,
কি-ন্তু সোন-কা-লে হʼ-ব যাঃৰ বি-জয়।
৩. এ-তি-য়া স-ময় হʼল আ-ন-ন্দ ক-ৰাৰ,
ব-না-লে যী-চুক ৰ-জা যি-হো-ৱাই;
আ-হা আ-মি দিওঁ ৰা-জ্যৰ খ-বৰ আ-নক,
দিওঁ ভাল জী-ৱ-নৰ আ-শা তেওঁ-লো-কক।
বাই-বেল হয় ঈ-শ্ব-ৰৰ নি-শ্বা-সিত বা-ক্য,
দি-য়ে জী-ৱ-নত যাঃৰ শি-ক্ষা আ-মাক;
জী-ৱিত এই বা-ক্যই দি-য়ে ঈ-শ্ব-ৰৰ জ্ঞান,
প-ঢ়ে যি-জ-নে পায় তেওঁ এই ৰ-ত্ন।
(২ তীম. ৩:১৬; ২ পিত. ১:২১ পদবোৰো চাওক।)