গীত নং ১২৬
‘সজাগ আৰু শক্তিশালী হোৱা’
১. আ-হা, থা-কোঁ স-জা-গে-ৰে,
এ-জন প্ৰ-হ-ৰীৰ দ-ৰে;
যী-চু আ-ছে ল-গত আ-মাৰ,
শ-ত্ৰুৰ প-ৰা-জয় নি-শ্চিত।
আ-জ্ঞা মা-নো আ-মি তেওঁৰ স-দায়;
মা-নিম স-ক-লো আ-জ্ঞা ৰ-জাৰ।
(কোৰাচ)
এ-য়া স-ময় হয় স-জাগ হো-ৱা,
শ-ক্তি-শা-লী হৈ থা-কা!
২. আ-হা থা-কোঁ স-জা-গে-ৰে,
আ-জ্ঞা মা-নো দাস-ব-ৰ্গৰ,
থা-কোঁ যা-তে আ-মি প্ৰ-স্তুত
সু-খ-বৰ জ-না-ব-লৈ;
মা-নিম বৃ-দ্ধ-স-ক-লৰ ক-থা,
ক-ৰে চি-ন্তা আ-মাৰ তেওঁ-লোকে।
(কোৰাচ)
এ-য়া স-ময় হয় স-জাগ হো-ৱা,
শ-ক্তি-শা-লী হৈ থা-কা!
৩. আ-হা, থা-কোঁ স-জা-গে-ৰে,
যা-তে ফা-ন্দত ন-প-ৰোঁ,
থা-কোঁ স-ত্যৰ বা-বে থি-ৰে
পি-ন্ধি অ-স্ত্ৰ যি-হো-ৱাৰ।
আ-হি পা-লে তেওঁৰ সেই ম-হান দিন,
ভয় ন-ক-ৰা-কৈ ক-ৰোঁ প্ৰ-চাৰ।
(কোৰাচ)
এ-য়া স-ময় হয় স-জাগ হো-ৱা,
শ-ক্তি-শা-লী হৈ থা-কা!
(মথি ২৪:১৩; ইব্ৰী ১৩:৭, ১৭; ১ পিত. ৫:৮ পদবোৰো চাওক।)