Skip to content

Skip to table of contents

শুক্ৰবাৰ

শুক্ৰবাৰ

‘বলৱান আৰু অতিশয় সাহিয়াল হওক’—যিহোচূৱা ১:৭

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ১১০ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: যিহোৱা ঈশ্বৰ হৈছে প্ৰকৃত সাহসৰ উৎস (গীতমালা ২৮:৭; ৩১:২৪; ১১২:৭, ৮; ২ তীমথিয় ১:৭)

  • ১০:১০ পৰিচৰ্চ্চা: সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন

    • ঘোষণা কৰিবলৈ (প্ৰকাশিত বাক্য ১৪:৬)

    • আচাৰ-ব্যৱহাৰত পবিত্ৰ হৈ থাকিবলৈ (১ কৰিন্থীয়া ১৬:১৩, ১৪)

    • নিৰপেক্ষতা বজাই ৰাখিবলৈ (প্ৰকাশিত বাক্য ১৩:১৬, ১৭)

  • ১১:০৫ গীতৰ সংখ্যা ১২৬ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: “বলৱান হোৱা, সাহ কৰা, আৰু কাৰ্য্য কৰা”! (১ বংশাৱলি ২৮:১-২০; ১ চমূৱেল ১৬:১-২৩; ১৭:১-৫১)

  • ১১:৪৫ “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব” (যিচয়া ৫৪:১৭; গীতমালা ১১৮:৫-৭)

  • ১২:১৫ গীতৰ সংখ্যা ৬১ আৰু বিৰতি

আবেলি

  • ১:২৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ১:৩৫ গীতৰ সংখ্যা ৬৯

  • ১:৪০ পৰিচৰ্চ্চা: সাহস দুৰ্ব্বল কৰিব পৰা আৰু সাহস গঢ়িব পৰা বিষয়বোৰ

    • নিৰাশাৰ বিপৰীতে আশা (গীতমালা ২৭:১৩, ১৪)

    • অভিযোগৰ বিপৰীতে কৃতজ্ঞতা (গীতমালা ২৭:১-৩)

    • ক্ষতিকাৰক মনোৰঞ্জনৰ বিপৰীতে ঘোষণা কাৰ্য্য (গীতমালা ২৭:৪)

    • বেয়া সংগৰ বিপৰীতে ভাল সংগ (গীতমালা ২৭:৫; হিতোপদেশ ১৩:২০)

    • জগতৰ জ্ঞানৰ বিপৰীতে ব্যক্তিগত অধ্যয়ন (গীতমালা ২৭:১১)

    • সন্দেহৰ বিপৰীতে বিশ্বাস (গীতমালা ২৭:৭-১০)

  • ৩:১০ গীতৰ সংখ্যা ৫৫ আৰু ঘোষণা

  • ৩:২০ পৰিচৰ্চ্চা: কি বিপদৰ সন্মুখীন হৈছিল আৰু কি আশীৰ্ব্বাদ লাভ কৰিছিল

  • ৩:৫৫ “নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩৩; ১ পিতৰ ২:২১, ২২)

  • ৪:১৫ খ্ৰীষ্টৰ সাহসী সৈনিকসকল (২ কৰিন্থীয়া ১০:৪, ৫; ইফিচীয়া ৬:১২-১৮; ২ তীমথিয় ২:৩, ৪)

  • ৪:৫০ গীতৰ সংখ্যা ২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা