Skip to content

Skip to table of contents

শনিবাৰ

শনিবাৰ

‘ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে ক’বলৈ অধিক সাহ কৰক’—ফিলিপীয়া ১:১৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৭৬ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: সাহসী হওক . . .

  • ১০:৫০ গীতৰ সংখ্যা ১১৯ আৰু ঘোষণা

  • ১১:০০ পৰিচৰ্চ্চা: ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক!

    • দহজন অধ্যক্ষক নহয়, কিন্তু যিহোচূৱা আৰু কালেবক (গণনা পুস্তক ১৪:৭-৯)

    • মেৰোজৰ বাসিন্দাসকলক নহয়, কিন্তু যায়েলক (বিচাৰকৰ্ত্তাবিলাক ৫:২৩)

    • মিছা ভাববাদীসকলক নহয়, কিন্তু মীখায়াক (১ ৰাজাৱলি ২২:১৪)

    • ঊৰিয়াক নহয়, কিন্তু যিৰিমিয়াক (যিৰিমিয়া ২৬:২১-২৩)

    • ধনৱান ডেকা শাসকজনক নহয়, কিন্তু পৌলক (মাৰ্ক ১০:২১, ২২)

  • ১১:৪৫ “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ”! (ইব্ৰী ১০:৩৫, ৩৬, ৩৯; ১১:৩০, ৩২-৩৪, ৩৬; ১ পিতৰ ৫:১০)

  • ১২:১৫ গীতৰ সংখ্যা ৩৮ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১১১

  • ১:৫০ পৰিচৰ্চ্চা: সৃষ্টিৰপৰা সাহসৰ বিষয়ে শিকক

    • সিংহ (মীখা ৫:৮)

    • ঘোঁৰা (ইয়োব ৩৯:১৯-২৫)

    • নেউল (গীতমালা ৯১:৩, ১৩-১৫)

    • হামিংবাৰ্ড (১ পিতৰ ৩:১৫)

    • হাতী (হিতোপদেশ ১৭:১৭)

  • ২:৪০ গীতৰ সংখ্যা ৬০ আৰু ঘোষণা

  • ২:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ সাহস দেখুৱাইছে . . .

    • আফ্ৰিকাত (মথি ১০:৩৬-৩৯)

    • এছিয়াত (জখৰিয়া ২:৮)

    • ইউৰোপত (প্ৰকাশিত বাক্য ২:১০)

    • উত্তৰ আমেৰিকাত (যিচয়া ৬:৮)

    • ওছেনিয়াত (গীতমালা ৯৪:১৪, ১৯)

    • দক্ষিণ আমেৰিকাত (গীতমালা ৩৪:১৯)

  • ৪:১৫ সাহসী হওক, কিন্তু নিজৰ ওপৰত নিৰ্ভৰ নকৰিব! (হিতোপদেশ ৩:৫, ৬; যিচয়া ২৫:৯; যিৰিমিয়া ১৭:৫-১০; যোহন ৫:১৯)

  • ৪:৫০ গীতৰ সংখ্যা ৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা