দেওবাৰ
“সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা”—গীতমালা ২৭:১৪
ৰাতিপুৱা
-
৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
৯:৩০ গীতৰ সংখ্যা ৭৩ আৰু প্ৰাৰ্থনা
-
৯:৪০ পৰিচৰ্চ্চা: হ’বলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হ’ব
-
“শান্তি আৰু নিৰ্ব্বিঘ্নতা” বুলি কোৱাৰ সময়ত (১ থিচলনীকীয়া ৫:২, ৩)
-
মহা-বাবিলৰ বিনাশৰ সময়ত (প্ৰকাশিত বাক্য ১৭:১৬, ১৭)
-
শিলাবৃষ্টিৰ দৰে বাৰ্ত্তা ঘোষণা কৰাৰ সময়ত (প্ৰকাশিত বাক্য ১৬:২১)
-
মাগোগৰ গোগৰ দ্বাৰা আক্ৰমণ হোৱাৰ সময়ত (যিহিষ্কেল ৩৮:১০-১২, ১৪-১৬)
-
হৰমাগিদোনৰ সময়ত (প্ৰকাশিত বাক্য ১৬:১৪, ১৬)
-
পুনৰনিৰ্ম্মাণ কৰাৰ সময়ত (যিচয়া ৬৫:২১)
-
অন্তিম পৰীক্ষাৰ সময়ত (প্ৰকাশিত বাক্য ২০:৩, ৭, ৮)
-
-
১১:১০ গীতৰ সংখ্যা ৮ আৰু ঘোষণা
-
১১:২০ জন ভাষণ: পুনৰুত্থানৰ আশাই কেনেকৈ সাহসী কৰি তোলে? (মাৰ্ক ৫:৩৫-৪২; লূক ১২:৪, ৫; যোহন ৫:২৮, ২৯; ১১:১১-১৪)
-
১১:৫০ প্ৰহৰীবুৰুজৰ সাৰাংশ
-
১২:২০ গীতৰ সংখ্যা ১৫১ আৰু বিৰতি
আবেলি
-
১:৩৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি
-
১:৪৫ গীতৰ সংখ্যা ৫
-
১:৫০ নাটক: যোনা এক সত্য কাহিনী—সাহস আৰু দয়াৰ এক উদাহৰণ (যোনা ১-৪)
-
২:৪০ গীতৰ সংখ্যা ৭১ আৰু ঘোষণা
-
২:৫০ সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক! (দ্বিতীয় বিবৰণ ৭:১৭, ২১; ২৮:২; ২ ৰাজাৱলি ৬:১৬; ২ বংশাৱলি ১৪:৯-১১; ৩২:৭, ৮, ২১; যিচয়া ৪১:১০-১৩)
-
৩:৫০ সমাপ্তিৰ গীত আৰু প্ৰাৰ্থনা