Skip to content

Skip to table of contents

শনিবাৰ

শনিবাৰ

“প্ৰেম আচৰণ কৰা”—ইফিচীয়া ৫:২

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৮৫ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক

  • ১০:৫০ গীতৰ সংখ্যা ৫৮ আৰু ঘোষণা

  • ১১:০০ পৰিচৰ্চ্চা: ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক

    • যিহোৱাৰ প্ৰতি প্ৰেম দেখুৱাওক (১ যোহন ৫:৩)

    • আপোনাৰ “চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম” কৰক (মথি ২২:৩৯)

    • যিহোৱাৰ বাক্যক প্ৰেম কৰক (গীতমালা ১১৯:৯৭; মথি ১৩:৫২)

  • ১১:৪৫ যীচুৰপৰা প্ৰেমৰ বিষয়ে শিকক (মথি ১১:২৮-৩০)

  • ১২:১৫ গীতৰ সংখ্যা ৫২ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅ’ৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ৮৪

  • ১:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ নিঃস্বাৰ্থ প্ৰেম দেখুৱাইছে . . .

  • ২:৫৫ পৰিচৰ্চ্চা: পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক

  • ৩:৩৫ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা

  • ৩:৪৫ নাটক: যোচিয়াৰ কাহিনী: যিহোৱাক প্ৰেম কৰা; দুষ্টতাক ঘিণ কৰা—ভাগ ১ (২ বংশাৱলি ৩৩:১০-২৪; ৩৪:১, ২)

  • ৪:১৫ প্ৰেম দেখুৱাবলৈ নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়ক (২ তীমথিয় ৩:১৪, ১৫)

  • ৪:৫০ গীতৰ সংখ্যা ১৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা