Skip to content

Skip to table of contents

১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল

১৯১৪ চনৰপৰা পৃথিৱীৰ পৰিস্থিতি সলনি হʼল

বাইবেলত উল্লেখ কৰা ঘটনা, পৰিস্থিতি আৰু লোকসকলৰ ব্যৱহাৰে প্ৰমাণ কৰে যে আমি “শেষ-কালত” জীয়াই আছোঁ। (২ তীমথিয় ৩:১) ১৯১৪ চনৰপৰা এইবোৰ কেনেকৈ বেছিকৈ দেখিবলৈ পোৱা গৈছে, এই বিষয়ে জানক।