Skip to content

Skip to table of contents


দুখ-কষ্ট নোহোৱাকৈ এক অনন্ত জীৱন জীয়াই থকাটো সম্ভৱনে?

দুখ-কষ্ট নোহোৱাকৈ এক অনন্ত জীৱন জীয়াই থকাটো সম্ভৱনে?

আপুনি কি ভাবে?

  • হয়

  • নহয়

  • হʼবও পাৰে

ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?

“ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”গীতমালা ৩৭:২৯.

এইদৰে হʼলে আমাৰ জীৱন কেনেকুৱা হʼব?

কোনো দুখ-কষ্ট নাথাকিব, আমি নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত আনন্দেৰে জীয়াই থাকিব পাৰিম।যিচয়া ৬৫:২১, ২২.

আমি কেৱল কিছু বছৰৰ বাবে নহয়, কিন্তু সদায় আনন্দেৰে জীয়াই থাকিম।গীতমালা ২২:২৬.

বাইবেলত কৰা এই প্ৰতিজ্ঞাবোৰ সঁচাকৈ পূৰ হʼবনে?

হয়, নিশ্চয় পূৰ হʼব। এই প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ এই ব্ৰচাৰখনৰ তিনিওটা পাঠ পঢ়ক: