Skip to content

Skip to table of contents

গীত নং ১৫৭

চিৰ শান্তি!

চিৰ শান্তি!

(গীতমালা ২৯:১১)

  1. ১. সাগৰৰ বুকুতে

    শান্ত দ্বীপৰ দৰে,

    যিহোৱাৰ লোকেও শান্তিত থাকে।

    বিশ্বাসেৰে,

    চাওঁ নতুন জীৱন

    জানোঁ দুখ-কষ্টৰ অন্ত হʼব।

    (কোৰাচ)

    গোটেই বিশ্বজুৰি,

    শান্তি হʼব

    চিৰদিনৰ বাবে।

    ধৰাৰ তলৰ পৰা

    পৰ্বতলৈকে,

    সকলোৱে পাব

    চিৰ শান্তি।

  2. ২. ঈশ্বৰৰ ৰাজ্যত,

    সকলো হʼম এক

    পৃথিৱী আৰু স্বৰ্গতো।

    শান্তিৰ পৰিৱেশ

    যি কেতিয়াও পোৱা নাই

    পাম আমি তাত ন্যায় আৰু প্ৰেম।

    (কোৰাচ)

    গোটেই বিশ্বজুৰি,

    শান্তি হʼব

    চিৰদিনৰ বাবে।

    ধৰাৰ তলৰ পৰা

    পৰ্বতলৈকে,

    সকলোৱে পাব

    চিৰ শান্তি।

    (কোৰাচ)

    গোটেই বিশ্বজুৰি,

    শান্তি হʼব

    চিৰদিনৰ বাবে।

    ধৰাৰ তলৰ পৰা

    পৰ্বতলৈকে,

    সকলোৱে পাব।

    (কোৰাচ)

    গোটেই বিশ্বজুৰি,

    শান্তি হʼব

    চিৰদিনৰ বাবে।

    ধৰাৰ তলৰ পৰা

    পৰ্বতলৈকে,

    সকলোৱে পাব

    চিৰ শান্তি,

    চিৰ শান্তি!

(গীত. ৭২:১-৭; যিচ. ২:৪; ৰোম. ১৬:২০ পদবোৰো চাওক।)