Skip to content

Skip to table of contents

শনিবাৰ

শনিবাৰ

“দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা”—গীতমালা ৯৬:২

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীত নং ৫৩ আৰু প্ৰাৰ্থনা

  • ৯:৪০ “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাব লাগিব” (লূক ৪:৪৩)

  • ৯:৫০ ভিডিঅ’ ড্ৰামা:

    যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ১

    জগতলৈ সত্য পোহৰ আহেভাগ ২ (মথি ২:১-২৩; লূক ২:১-৩৮, ৪১-৫২; যোহন ১:৯)

  • ১০:২৫ গীত নং ৬৯ আৰু ঘোষণা

  • ১০:৩৫ পৰিচৰ্চ্চা: মচীহৰ বিষয়ে ভৱিষ্যবাণীবোৰ পূৰ হʼল!

  • ১১:৪০ বাপ্তিষ্মা: সদায় “শুভবাৰ্তাৰ অধিনত থাকক” (২ কৰিন্থীয়া ৯:১৩; ১ তীমথিয় ৪:১২-১৬; ইব্ৰী ১৩:১৭)

  • ১২:১০ গীত নং ২৪ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীত নং ৮৩

  • ১:৫০ পৰিচৰ্চ্চা: শুভবাৰ্তাৰ সহায়ত বেয়া খবৰক জয় কৰক

    • • পৰচৰ্চ্চা (যিচয়া ৫২:৭)

    • • যেতিয়া আমি দোষী অনুভৱ কৰোঁ (১ যোহন ১:৭, ৯)

    • • জগতত ঘটি থকা ঘটনাবোৰ (মথি ২৪:১৪)

    • • নিৰুৎসাৰ ভাৱনা (মথি ১১:২৮-৩০)

  • ২:৩৫ পৰিচৰ্চ্চা: ‘শুভবাৰ্তা ঘোষণা কৰিবলৈ আগ্ৰহী হৈ থাকক’

  • ৩:১৫ ভিডিঅ’:‘শুভবাৰ্তা গোটেই জগতত ফল ধৰি বাঢ়ি আছে’ (কলচীয়া ১:৬)

  • ৩:৪০ গীত নং ৩৫ আৰু ঘোষণা

  • ৩:৫০ পৰিচৰ্চ্চা: শুভবাৰ্তা ঘোষণা কৰি থাকক

  • ৪:১৫ ডেকাসকল “শুভবাৰ্তাৰ নিমিত্তে” আপুনি কি কৰিব? (১ কৰিন্থীয়া ৯:২৩; যিচয়া ৬:৮)

  • ৪:৫০ গীত নং ২১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা