Skip to content

Skip to table of contents

২০০৪ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

২০০৪ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

২০০৪ চন প্ৰহৰীবুৰুজ আলোচনীৰ বাবে বিষয় নিৰ্ঘন্ট

প্ৰবন্ধটো কোনটো মাহৰ লেখত পোৱা যাব, তাৰ তাৰিখবোৰ উল্লেখ কৰা হৈছে

অধ্যয়নৰ লেখসমূহ

অকাৰণত ঘৃণাৰ পাত্ৰ হোৱা, ৯/১

‘অচিনাকী ব্যক্তিসকলৰ কথাত’ পতিয়ন যোৱাৰ পৰা সাৱধান হওক, ৯/১

আপুনি ‘যিহোৱাৰ ব্যৱস্থাত আনন্দিত’ হয়নে? ৮/১

আঁহক আমি সকলোৱে যিহোৱাৰ মহিমা কৰোঁ, ১/১

‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’ ১০/১

ঈশ্বৰৰ মহিমা কৰা সকল ধন্য, ৬/১

ঈশ্বৰৰ লোকসকলে দয়াক প্ৰেম কৰা উচিত, ৪/১

উপহাৰ হিচাবে পোৱা আপোনাৰ জীৱনটোৰ প্ৰতি সঠিক মূল্যাঙ্কন দেখুৱাক, ৭/১

‘এই দেশ ফুৰা,’ ১১/১

“এই সংসাৰৰ আকাৰ-প্ৰকাৰ অতীত হব লাগিছে” ২/১

“এক মুখেৰে” ঈশ্বৰক গৌৰৱান্বিত কৰক, ৯/১

এজন বিশ্বাসী বুদ্ধিমান “দাস,” ৩/১

জীৱনত পৰিৱৰ্তনশীল অৱস্থাৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ পবিত্ৰ আত্মাত ভাৰসা ৰাখক, ৪/১

জীৱনময় ঈশ্বৰৰ নিৰ্দ্দেশনাৰ অনুসাৰে চলক, ৭/১

তাড়নাৰ সম্মুখীন হোৱাৰ স্বত্বেও আনন্দিত হোৱা, ১১/১

‘তেওঁবিলাকৰ স্বৰ গোটেইখন পৃথিৱীলৈ ব্যাপি গল,’ ১/১

“তোমাৰ পৰিচৰ্য্যা-কৰ্ম্ম সম্পূৰ্ণ কৰা,” ৩/১

পৰমদেশৰ প্ৰতি থকা আশা ভাৰসাযোগ্যনে? ১১/১

পৰস্পৰে ইজনে সিজনৰ বিশ্বাস দৃঢ় কৰক, ৫/১

‘পৰস্পৰ স্নেহশীল হওক,’ ১০/১

পৰিৱৰ্তনশীল জগতৰ মনোবৃত্তিক প্ৰতিৰোধ কৰা, ৪/১

প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধানে থাকক, ২/১

“প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা,” ১০/১

বৰ্তমান সময়ত কোনসকলে ঈশ্বৰৰ মহিমা কৰিছে? ১০/১

বয়সস্থ ভাই-ভনীসকল—আপোনালোক আমাৰ খ্ৰীষ্টান ভাতৃত্ব সমাজৰ মূল্যৱান সদস্য, ৬/১

বিদ্বেষীপূৰ্ণ জগতত দয়াবান হোৱা, ৪/১

‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হʼল! ৩/১

বৃদ্ধ ভাই-ভনীসকলক চোৱা-চিতা কৰাটো হৈছে প্ৰত্যেকজন প্ৰকৃত খ্ৰীষ্টানৰ এক গভীৰ দায়িত্ব, ৬/১

ভাগৰুৱা কিন্তু ক্লান্ত হৈ নপৰা, ৯/১

‘মই যি যি আদেশ দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁলোকক শিক্ষা দিয়া,’ ৭/১

মহানতাৰ সম্বন্ধে যীচুৰ দৰে মনোবৃত্তি বিকশিত কৰক, ৮/১

যত্নেৰে হৃদয়ক প্ৰতিৰক্ষা দিয়াৰ দ্বাৰা সাধুতা বজাই ৰাখক, ২/১

যিৰিমিয়াৰ দৰে সাহিয়াল হোৱা, ৫/১

‘যোৱা আৰু সকলোকে শিষ্য বনোৱা,’ ৭/১

যিহোৱা ঈশ্বৰে অৱশ্যেই দুষ্টবোৰক সোধ-বিচাৰ কৰিব, ১২/১

যিহোৱা আনুগত্য প্ৰেমত মহান, ১/১

যিহোৱা ঈশ্বৰৰ আনন্দিত উপাসকসকল, ১১/১

যিহোৱা ঈশ্বৰে আমাৰ দৈনন্দিন আৱশ্যকতাসমূহৰ যোগন ধৰে (যীচুৰ আদৰ্শ প্ৰাৰ্থনা), ২/১

যিহোৱাই নম্ৰ লোকসকলক তেওঁৰ মহিমা প্ৰকাশ কৰে, ৮/১

‘যিহোৱাৰ বিধি’ কেতিয়াও বিফল নহয়, ৮/১

যিহোৱাৰ মহিমা অগম্য, ১/১

যুৱক-যুৱতীসকল, আপোনালোকে ভৱিষ্যতৰ বাবে নিৰ্ভৰযুক্ত আধাৰ গঢ়ি তুলিছেনে? ৫/১

“শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য কৰা,” ৩/১

সঙ্কটৰ কালত যিহোৱাই হৈছে আমাৰ “দৃঢ় আশ্ৰয়,” ৯/১

সাহসী হৈ ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰক, ১২/১

সিদ্ধতাৰে জীৱন-যাপন কৰা, ১২/১

সুৰাপান কৰাৰ প্ৰতি ভাৰসাম্যতা বজাই ৰাখক, ১২/১

সৃষ্টিয়ে ঈশ্বৰৰ মহিমা কৰে! ৬/১

হৃদয় পৰীক্ষা কৰোঁতা যিহোৱাক অন্বেষণ কৰক, ১২/১

“হে প্ৰভু, আমি কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, তাক শিকাওক,” (যীচুৰ আদৰ্শ প্ৰাৰ্থনা), ২/১

খ্ৰীষ্টান জীৱনধাৰা আৰু গুণসমূহ

নিৰপেক্ষতাই প্ৰকৃত খ্ৰীষ্টানসকলৰ প্ৰেমত ব্যাঘাত জন্মাইনে? ৫/১

নিৰুৎসাহৰ সৈতে কিদৰে সফলতাৰে সম্মুখীন হʼব পাৰি, ৯/১

প্ৰভুৰ সন্ধ্যা ভোজ, ৩/১

জীৱনী

মই যদিও অন্ধ আছিলোঁ তথাপিও দেখা পাইছিলোঁ! (এগন হাউজাৰ), ৫/১

পাঠকসকলৰ প্ৰশ্ন

২৩,০০০ নে ২৪,০০০ ইস্ৰায়েল লোক মৰিল? (১ কৰি ১০:৮; গণ ২৫:৯), ৫/১

ইস্ৰায়েলসকলে কিয় যুদ্ধ বন্দী প্ৰদেশী যুৱতীবিলাকক বিবাহ কৰিব পাৰিছিল? ১০/১

কপৌটোৱে সেই পাতখিলা কʼত পালে? (আদি ৮:১১), ৪/১

কেনেকৈ “সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে?” (১ যোহ ৪:১৮), ১০/১

তেজৰ কোনো অংশ গ্ৰহণ, ৭/১

বাইবেল

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—১, ১/১

আদিপুস্তক কিতাপৰ আলোকপাত ভাগ—২, ২/১

গণনা পুস্তক কিতাপৰ আলোকপাত, ৮/১

দ্বিতীয় বিবৰণ কিতাপৰ আলোকপাত, ১১/১

যাত্ৰাপুস্তক কিতাপৰ আলোকপাত, ৩/১

লেবীয়া পুস্তক কিতাপৰ আলোকপাত, ৬/১

যিহোৱা

আপুনি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰে, ৬/১

ঈশ্বৰে আমাৰ প্ৰতি চিন্তা কৰেনে? ১/১

ঈশ্বৰে বাস্তৱতে আপোনাৰ বাবে চিন্তা কৰে, ৭/১

‘পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হʼব,’ ৪/১

যিহোৱাৰ সাক্ষীসকল

এক সত্যবাদী বিবেক (চেলুলাৰ ফোন ঘুৰাই দিয়া), ২/১

কৰ্ম্মস্থলত লোকসকলক সাক্ষী দিয়া, ৪/১

দান কৰি আনন্দিত হʼব পাৰে (দান-বৰঙণি), ১২/১

সাধাৰণ খেল-ধেমালিতকৈ অধিক অৰ্থ ৰাখে (লʼৰা-ছোৱালী), ১০/১

সানমিহলি

আধ্যাত্মিকতাক অনুকৰণ কৰি লাভৱান হোৱা, ১১/১

ঈশ্বৰীয় ৰাজ্যৰ চৰকাৰ বৰ্তমান এক বাস্তৱিক, ৮/১

এখন উত্তম চৰকাৰ, ৮/১

‘নম্ৰবিলাক পৃথিৱীৰ উত্তৰাধিকাৰী হʼব,’ ১০/১

পাদুৰিবৰ্গই ৰাজনৈতিকত জড়িত হোৱাটো উচিতনে? ৫/১

প্ৰাৰ্থনা কৰি আপোনাৰ সমস্যাৰ সমাধান পাব পাৰেনে? ৭/১

প্ৰকৃত আনন্দ, ৯/১

শান্তি স্থাপন হোৱাৰ আশা, ১/১

সহায়ৰ বাবে আমি স্বৰ্গদূতবোৰক প্ৰাৰ্থনা কৰা উচিতনে? ৪/১

ৰিবেকা, ৫/১