Skip to content

Skip to table of contents

আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে

আপুনি ঈশ্বৰৰ বন্ধু হʼব পাৰে

কিছুমান লোকে কয় যে . . .

ঈশ্বৰে আমাৰ বিষয়ে চিন্তা নকৰে বা আমি তেওঁৰ কাষ চাপিব নোৱাৰোঁ, কিয়নো তেওঁ মহান আৰু পবিত্ৰ।

ঈশ্বৰৰ বাক্যত লিখা আছে

“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.

“তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.

ঈশ্বৰৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিব পাৰে?

  • তেওঁৰ লগত কথা পাতক।—গীতমালা ১৪৫:১৮, ১৯.

  • তেওঁৰ কথা শুনক।—গীতমালা ৩২:৮.

  • তেওঁৰ কথা মানক।—হিতোপদেশ ৩:৫, ৬.

  • তেওঁৰ কাষ চাপিবলৈ চেষ্টা কৰি থাকক।—মথি ৭:৭, ৮.