Skip to content

Skip to table of contents

চেপ্টেম্বৰ ৪-১০

ইষ্টেৰ ১-২

চেপ্টেম্বৰ ৪-১০
  • গীত ১৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইষ্টে ২:৫—বাইবেলত মৰ্দখয়ৰ বিষয়ে যি কোৱা হৈছে সেয়া সঁচা হয় বুলি কিহে প্ৰমাণ কৰে? (w২২.১১ ৩১ ¶৩-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইষ্টে ১:১৩-২২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০৬

  • সমনীয়াই কি কয়—ৰং-ৰূপ: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: নিজৰ ৰং-ৰূপৰ বিষয়ে সঠিক চিন্তাধাৰা ৰাখিবলৈ কিয় কঠিন হ’ব পাৰে?

    এই ক্ষেত্ৰত ১ পিতৰ ৩:৩, ৪ পদত দিয়া সিদ্ধান্তৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ?

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।.

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৭

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা