Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক

ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক

[ইষ্টেৰ কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক]

ইষ্টেৰ বৰ সুন্দৰ আছিল (ইষ্টে ২:৭)

ইষ্টেৰ আনৰ পৰা সন্মান আৰু প্ৰশংসা পোৱাৰ পাছতো মৰ্য্যদাত আছিল (ইষ্টে ২:৯, ১৫; w১৭.০১-HI ২৫ ¶১১; ia-HI ১৩০ ¶১৫)

নিজকে সোধক: ‘মই নিজৰ বিষয়ে কি ভাবোঁ সেয়া মোৰ কথা আৰু কামৰ পৰা কি জানিব পাৰি?‘—w১৭.০১-HI ২৫ ¶১২.