Skip to content

Skip to table of contents

চেপ্টেম্বৰ ১১-১৭

ইষ্টেৰ ৩-৫

চেপ্টেম্বৰ ১১-১৭
  • গীত ৮৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইষ্টে ৪:১২-১৬—যিহোৱাৰ উপাসনা স্বাধীনতাৰে কৰিবলৈ আমি ইষ্টেৰ আৰু মৰ্দখয়ৰ দৰে কি কৰিব পাৰোঁ? (kr-HI ১৬০ ¶১৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইষ্টে ৩:১-১২ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৬৫

  • যিহোৱাৰ বন্ধু হোৱা—ইষ্টেৰ সাহসী আছিল: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক সোধক: তুমি ইষ্টেৰৰ দৰে কেনেকৈ সাহস দেখুৱাব পাৰা?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৯ আৰু প্ৰাৰ্থনা