Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক

যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ আনক সহায় কৰক

মৰ্দখয় যিহোৱাৰ বিশ্বাসী আৰু বহুত সাহসী আছিল (ইষ্টে ৩:২-৪; it-২-E ৪৩১ ¶৭)

ইষ্টেৰে লোকসকলক কেনেকৈ সহায় কৰিব পাৰে, তাৰ বিষয়ে মৰ্দখয়ে তেওঁক বুজালে (ইষ্টে ৪:৭, ৮; it-২-E ৪৩১ ¶৯)

ইষ্টেৰক সাহসী হৈ যিহোৱাৰ ওপৰত ভৰসা ৰাখিবলৈ তেওঁ উৎসাহিত কৰিলে (ইষ্টে ৪:১২-১৪; ia-HI ১৩৩ ¶২২-২৩)

নিজকে সোধক, ‘যিহোৱাৰ সেৱা মনে-প্ৰাণে কৰিবলৈ ভাই-ভনীসকলক মই মোৰ কথা আৰু কামৰে সহায় কৰোঁ নে?’