Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

মিছা তথ্যৰ পৰা সাৱধানে থাকক

মিছা তথ্যৰ পৰা সাৱধানে থাকক

ইলীফজ বৃদ্ধ আৰু বুদ্ধিমান আছিল, সেইবাবে লোকসকলে ভাবিছিল যে তেওঁ কোৱা কথাবোৰ সঁচা হয় (ইয়ো ৪:১; it-১-E ৭১৩ ¶১১)

দুষ্ট স্বৰ্গদূতসকলৰ কথাত আহি ইলীফজে ইয়োবক বেয়াকৈ কʼলে (ইয়ো ৪:১৪-১৬; w০৫-HI ৯/১৫ ২৬ ¶২)

ইলীফজৰ কিছুমান কথা সঁচা আছিল, কিন্তু তেওঁ সেইবোৰ বেছিকৈ বঢ়াই কৈছিল (ইয়ো ৪:১৯; w১০-HI ২/১৫ ১৯ ¶৫-৬)

আজিও চয়তানৰ জগতত মিছা তথ্যবোৰ ভৰি পৰিছে

নিজকে সোধক, ‘যেতিয়া মই কিবা তথ্য পাওঁ, তেতিয়া সেয়া সঠিক হয় নে নহয় তাক মই চালি-জাৰি চাওঁনে?—mrt-E ৩২ ¶১৩-১৭.