Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে

যেতিয়া সমস্যাবোৰ সহ্য কৰাটো কঠিন হৈ পৰে

ইয়োবে যেতিয়া সমস্যাৰ মাজেদি পাৰ হৈ আছিল, তেতিয়া তেওঁৰ অনুভৱ হৈছিল যে তেওঁৰ জীৱনটো দাসত্বত থকাতকৈ কম নহয় (ইয়ো ৭:১; w০৬-HI ৩/১৫ ১৪ ¶৯)

তেওঁ ইমান সহ্য কৰিবলগীয়া হৈছিল যে নিজৰ মনৰ সকলো কথা খুলি কʼলে (ইয়ো ৭:১১)

আনকি তেওঁ আৰু জীয়াই থাকিব নিবিচাৰে বুলি কʼলে (ইয়ো ৭:১৬; w২০.১২ ১৬ ¶১)

যদি কেতিয়াবা আপোনাৰ অনুভৱ হয় যে সমস্যাবোৰ সহ্য কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰিছে, তেনেহʼলে মন খুলি যিহোৱালৈ প্ৰাৰ্থনা কৰক। নিজৰ কোনো পৰিপক্ক বন্ধুৰ লগতো কথা পাতক। আপুনি কেনে অনুভৱ কৰিছে তেওঁক খুলি কওক। এই পদক্ষেপ লʼলে আপুনি মনত বৰ শান্তি পাব।—g-HI ৪/১২ ১৪-১৫ ¶২-৪.