Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি চয়তানৰ কথা বিশ্বাস নকৰোঁ

চয়তানে লোকসকলৰ বিশ্বাস জন্মাব বিচাৰে যে সকলো সমস্যা যিহোৱাই আনে (ইয়ো ৮:৪)

আমি যিহোৱাৰ বিশ্বাসী হৈ আছোঁ নে নাই, তাৰ প্ৰতি যিহোৱাই ধ্যান নিদিয়ে বুলি আমি ভবাটো চয়তানে বিচাৰে (ইয়ো ৯:২০-২২; w১৫-HI ১০/১ ১০ ¶৩)

যিহোৱাৰ প্ৰকৃত প্ৰেমৰ বাবে আমি তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰোঁ আৰু চয়তানৰ কথা বিশ্বাস নকৰোঁ (ইয়ো ১০:১২; গীত ৩২:৭, ১০; w২১.১১ ৬ ¶১৪)

কৰি চাওক: কোনো সমস্যাৰ মাজেদি পাৰ হোৱাৰ সময়ত মন কৰক যে যিহোৱাই কি কি উপায়েৰে আপোনাক প্ৰকৃত প্ৰেম দেখুৱাইছে। তাৰ পাছত সেইবোৰ লিখি ৰাখক আৰু বাৰে বাৰে সেইবোৰ চাই থাকক।