Skip to content

Skip to table of contents

অক্টোবৰ ৩০–নবেম্বৰ ৫

ইয়োব ১১-১২

অক্টোবৰ ৩০–নবেম্বৰ ৫
  • গীত ৮৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • বুদ্ধি লাভ কৰাৰ তিনিটা উপায়”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইয়ো ১২:১১—আমি আনৰ কথা আৰু ভালদৰে শুনিবলৈ এই পদত দিয়া সিদ্ধান্তটো কেনেকৈ পালন কৰিব পাৰোঁ? (w০৮-HI ১০/১ ১৯ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইয়ো ১২:১-২৫ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন