Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

বুদ্ধি লাভ কৰাৰ তিনিটা উপায়

বুদ্ধি লাভ কৰাৰ তিনিটা উপায়

সৃষ্টিৰ ওপৰত ধ্যান দিয়ক (ইয়ো ১২:৭-৯; w০৯-HI ৪/১৫ ৬-৭ ¶১৭)

যিহোৱাৰ বিশ্বাসী হৈ থকা ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰক (ইয়ো ১২:১২; w২১.০৬ ১০-১১ ¶১০-১২)

ঈশ্বৰৰ মানদণ্ডৰ বিষয়ে শিকক আৰু তাৰ অনুসৰি জীৱন-যাপন কৰক (ইয়ো ১২:১৬; it-২-E ১১৯০ ¶২)

নিজকে সোধক, ‘বিশ্বাসী ভাই-ভনীসকলৰ লগত সময় কটায় মই কি কি কথা শিকিব পাৰিলোঁ?’