প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ মাৰ্চ 2020

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ মেʼ ৪-৩১, ২০২০-ৰ বাবে হয়।

যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব

যিহোৱাক প্ৰেম কৰিলে আপুনি বাপ্তিষ্মা লʼব। কিন্তু আপোনালোকে কিয় পিছ হুঁহকিব পাৰে?

আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?

এই লেখত দিয়া প্ৰশ্নবোৰৰ উত্তৰে আপোনাক নিৰ্ণয় লʼবলৈ সহায় কৰিব।

জীৱন কাহিনী

“আমি ইয়াত আছোঁ, আমাক পঠাওক!”

জেক আৰু মাৰী-লীনে বুজায় যে কি কথাই তেওঁলোকক পূৰ্ণসময়ৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিলে আৰু নতুন দায়িত্ব লাভ কৰাৰ পাছত কিহে তেওঁলোকক বিভিন্ন পৰিস্থিতিত নিজকে খাপ খোৱাবলৈ সহায় কৰিলে।

আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া অনুচিত?

বাইবেলৰ এনে কিছুমান উদাহৰণলৈ ধ্যান দিয়ক, যিয়ে আমাক বুজিবলৈ সহায় কৰিব যে আমি কেতিয়া কথা পতা উচিত আৰু কেতিয়া মনে মনে থকা উচিত।

এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱাবলৈ চেষ্টা কৰক

যীচুৱে কৈছিল যে প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয়। শান্তি বজাই ৰাখিবলৈ, সকলোৰে লগত সমান ব্যৱহাৰ কৰিবলৈ আৰু অতিথি-সৎকাৰ দেখুৱাবলৈ প্ৰেমে কেনেকৈ সহায় কৰে?

আপুনি জানেনে?

ইস্ৰায়েলীসকলে মিচৰ দেশত দাসত্ব হৈ আছিল বুলি বাইবেলৰ বাহিৰে আন কʼৰবাত প্ৰমাণ আছেনে?

পাঠকসকলৰ প্ৰশ্ন

যিহূদী মন্দিৰৰ প্ৰহৰী কোন আছিল? তেওঁলোকৰ কাম কি আছিল?