প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ আগষ্ট ২০২৩

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ অক্টোবৰ ৯–নবেম্বৰ ৫, ২০২৩.

অধ্যয়নৰ লেখ ৩৩

দানিয়েলৰ উদাহৰণৰ পৰা শিকক

২০২৩ চনৰ অক্টোবৰ ৯-১৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৪

বাইবেলৰ ভৱিষ্যতবাণীৰ পৰা শিকক

২০২৩ চনৰ অক্টোবৰ ১৬-২২-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

যেতিয়া সংগীয়ে পৰ্ণগ্ৰাফী চায় তেতিয়া কি কৰিম?

পতি বা পত্নীয়ে নিজৰ সংগীক কেনেকৈ সহায় কৰিব পাৰে যাতে তেওঁ পৰ্ণগ্ৰাফী চোৱাৰ বেয়া অভ্যাস এৰিব পাৰে আৰু তেওঁলোকে পুনৰ এজনে-আনজনৰ ওপৰত ভৰসা কৰিব পাৰে?

অধ্যয়নৰ লেখ ৩৫

সদায় ধৈৰ্য্যেৰে কাম কৰক

২০২৩ চনৰ অক্টোবৰ ২৩-২৯-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৩৬

কি লৈ দৌৰিম আৰু কিহক পেলাই দিম?

২০২৩ চনৰ অক্টোবৰ ৩০-নবেম্বৰ ৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।