প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ অক্টোবৰ ২০২৩

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ডিচেম্বৰ ১১, ২০২৩–জানুৱাৰী ৭, ২০২৪।

১৯২৩—এশ বছৰৰ আগত

১৯২৩ চন বাইবেল বিদ্যাৰ্থীসকলৰ বাবে বহুত ভাল আছিল। তেতিয়াৰ পৰা তেওঁলোকৰ সভা, অধিৱেশন আৰু প্ৰচাৰ কাৰ্য্যত বহুতো সাল-সলনি কৰিলে যাৰ বাবে তেওঁলোকৰ মাজৰ একতা আৰু বাঢ়ি গ’ল। আজিও এই একতা স্পষ্টকৈ দেখিবলৈ পোৱা যায়।

অধ্যয়নৰ লেখ ৪২

আপুনি আজ্ঞা মানিবলৈ সাজু আছেনে?

২০২৩ চনৰ ডিচেম্বৰ ১১-১৭-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৩

‘যিহোৱাই তোমালোকক বলৱন্ত কৰিব’

২০২৩ চনৰ ডিচেম্বৰ ১৮-২৪-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৪

ঈশ্বৰৰ বাক্যৰ দীঘল, বহল, দ আৰু ওখৰ বিষয়ে জানক

২০২৩ চনৰ ডিচেম্বৰ ২৫-৩১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৫

যিহোৱাৰ মহান লাক্ষণিক মন্দিৰত উপাসনা কৰিবলৈ বিশেষ সুযোগ পোৱাৰ বাবে কৃতজ্ঞ হওক

২০২৪ চনৰ জানুৱাৰী ১-৭, ডিচেম্বৰ ২৫-৩১-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

পাঠকসকলৰ প্ৰশ্ন

অৰণ্যত ইস্ৰায়েলীসকলৰ ওচৰত খাবলৈ মান্না আৰু বটা চৰাইৰ উপৰিও আৰু কিবা আছিলনে?