বাইবেলৰ সিদ্ধান্ত পালন কৰক

ঈশ্বৰৰ বাক্যই আমাক উৎসাহিত কৰে যে আমি কিবা কৰাৰ আগত ইয়াত দিয়া সিদ্ধান্তবোৰৰ বিষয়ে চিন্তা কৰা আৰু তাৰ পাছত পদক্ষেপ লোৱা। কিছুমান উদাহৰণলৈ ধ্যান দিয়ক, যিয়ে প্ৰমাণ কৰে যে বাইবেলৰ সিদ্ধান্ত কিমান কাৰ্য্যকৰ।

অচিনাকী ঠাইত বন্ধু বিচৰা

বন্ধু বিচৰাটো স্বাভাৱিক কথা। যেতিয়া আমি ভাল বন্ধু বিচাৰোঁ, তেতিয়া বাইবেলৰ কোনটো সিন্ধান্তই আমাক সহায় কৰিব?

যিহোৱা ঈশ্বৰে আপোনাক সহায় কৰিব

ঈশ্বৰৰ সেৱা কৰাৰ বাবে আপোনাক সিদ্ধ হোৱাৰ প্ৰয়োজন নাই। প্ৰকৃততে আপুনি উন্নতি কৰাটো ঈশ্বৰে বিচাৰে আৰু ইয়াৰ বাবে তেওঁ আপোনাক সহায় কৰিব।

উপদেশ শুনি বুদ্ধিমান হওক

পৰামৰ্শৰ ওপৰত ধ্যান দিয়ক, পৰামৰ্শ দিওঁতাজনৰ ওপৰত নহয়। প্ৰাচীনসকলে আগবঢ়োৱা উপদেশ আমাৰ প্ৰতি থকা যিহোৱাৰ প্ৰেমৰ এক উদাহৰণ।