বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?

পৃথিৱীজুৰী যিহোৱাৰ সাক্ষীসকল আছে আৰু তেওঁলোক বিভিন্ন জাতি আৰু পৃষ্ঠভূমিৰপৰা আহিছে। বিভিন্ন পৃষ্ঠভূমিৰপৰা অহাৰ সত্ত্বেও তেওঁলোকক কিহে একত্ৰিত কৰি ৰাখিছে?

ঈশ্বৰৰ ইচ্ছা কি?

নিজৰ ইচ্ছাৰ বিষয়ে পৃথিৱীৰ সকলো লোককে জনাবলৈ ঈশ্বৰে বিচাৰে। ঈশ্বৰৰ ইচ্ছা কি আৰু আৰু কোনো আন লোকসকলক ইয়াৰ বিষয়ে শিক্ষা দিছে?

LESSON ১

যিহোৱাৰ সাক্ষীসকল কেনেধৰণৰ লোক?

আপুনি কেইজন যিহোৱাৰ সাক্ষীক চিনি পায়? প্ৰকৃততে আমাৰ বিষয়ে আপুনি কিমান জানে?

LESSON ২

আমাক যিহোৱাৰ সাক্ষী বুলি কিয় কোৱা হয়?

আমি এই নাম গ্ৰহণ কৰাৰ তিনিটা কাৰণ চাওক।

LESSON ৩

বাইবেলৰ সত্যতাক কেনেকৈ পুনৰ আৱিষ্কাৰ কৰা হ’ল?

আমি কেনেকৈ নিশ্চিত হ’ব পাৰিম যে বাইবেলে প্ৰকৃততে যি শিকাইছে, সেইয়া আমি সঠিকভাৱে বুজি পাইছোঁ?

LESSON ৪

আমি কিয় নতুন পৃথিৱী অনুবাদ বাইবেল প্ৰকাশ কৰিলোঁ?

এই অনুবাদ কেনেকৈ আনৰ তুলনাত বেলেগ?

LESSON ৫

আমাৰ সভাবোৰত আপুনি কি শিকিব পাৰিব?

বাইবেলৰপৰা অধ্যয়ন কৰিবলৈ আৰু এজনে আনজনক উৎসাহিত কৰিবলৈ আমি সভাবোৰত উপস্থিত হওঁ। আপোনাক আন্তৰিকতাৰে আদৰণি জনোৱা হ’ব।

LESSON ৬

খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত সঙ্গতি কৰিলে আমাৰ কি লাভ হ’ব?

ঈশ্বৰৰ বাক্যই খ্ৰীষ্টান সঙ্গতিৰ বাবে উৎসাহিত কৰে। এনে ধৰণৰ সঙ্গতিপৰা আপুনি কেনেকৈ লাভৱান হ’ব তাৰ বিষয়ে শিকক।

LESSON ৭

আমাৰ সভাবোৰত কি হয়?

আমৰ সভাবোৰত কি হয়, আপুনি জানেনে? যেতিয়া আপুনি আমাৰ সভাবোৰলৈ আহিব, তেতিয়া আপুনি নিজেই দেখিবলৈ পাব যে আমি কিদৰে বাইবেলৰপৰা শিক্ষা দিওঁ।

LESSON ৮

আমি সভাবোৰৰ বাবে কিয় পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰোঁ?

আমি যি সাজ-পোছাক পৰিধান কৰোঁ, ই ঈশ্বৰৰ দৃষ্টিত কেনে বাৰু? বাইবেলৰ কি সিদ্ধান্তবোৰে সাজ-পোছাক পৰিধান কৰাৰ বাবে আমাক নিৰ্ণয় ল’বলৈ সহায় কৰিব তাৰ বিষয়ে শিকক।

LESSON ৯

সভাবোৰৰ বাবে কেনেকৈ তৈয়াৰী কৰা উচিত?

মণ্ডলীৰ সভাবোৰৰ বাবে আগতীয়াকৈ তৈয়াৰী কৰি আহিলে আপুনি লাভৱান হ’ব।

LESSON ১০

পৰিয়াল উপাসনা কি হয়?

এই ব্যৱস্থাৰ যোগেদি যিহোৱা ঈশ্বৰ আৰু পৰিয়ালৰ লোকসলকৰ লগত কেনেকৈ সম্পৰ্ক দৃঢ় কৰিব পাৰিব তাৰ বিষয়ে বিচাৰি চাওক।

LESSON ১১

আমি সন্মিলনবোৰত কিয় উপস্থিত হওঁ?

আমি বছৰত তিনিবাৰকৈ একগোট হওঁ। সন্মিলনবোৰত উপস্থিত হৈ আপুনি কেনেকৈ লাভৱান হ’ব?

LESSON ১২

আমাৰ ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰা হৈছে?

যীচু খ্ৰীষ্টই দেখুৱাই যোৱা উদাহৰণৰ দ্বাৰা আমি এই কাৰ্য্য কৰো। কি কি পদ্ধতিৰে ঘোষণা কাৰ্য্য কৰা হয়?

LESSON ১৩

অগ্ৰগামী সেৱা কি হয়?

যিহোৱাৰ সাক্ষীসকলৰ কিছুমান লোকে এমাহত ৩০ বা ৫০ ঘণ্টা শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত অতিবাহিত কৰে। অগ্ৰগামী কাৰ্য্য কৰিবলৈ কিহে অনুপ্ৰাণিত কৰে?

LESSON ১৪

অগ্ৰগামীসকলৰ বাবে স্কুল

পূৰ্ণসময়ৰ প্ৰচাৰ কাৰ্য্যত জড়িত থকা সেৱকসকলে ‘শুভবাৰ্ত্তা-প্ৰচাৰকৰ কাৰ্য্য’ সম্পূৰ্ণ কৰিবলৈ কি বিশেষ স্কুলৰ ব্যৱস্থা কৰা হৈছে?

LESSON ১৫

প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?

আধ্যাত্মিকভাৱে পৰিপক্ক এই প্ৰাচীনসকলে মণ্ডলীৰ চোৱা-চিতা কৰিবলৈ দায়িত্ব লয়। প্ৰাচীনসকলে কেনেকৈ মণ্ডলীক সহায় কৰে?

LESSON ১৬

পৰিচাৰকসকলৰ দায়িত্ব কি?

পৰিচাৰকসকলে মণ্ডলীৰ বিভিন্ন কামত সহযোগীতা আগবঢ়ায়। তেওঁলোকৰ কামৰপৰা আনলোকসকলে কেনেকৈ লাভৱান হয়, তাৰ বিষয়ে শিকক।

LESSON ১৭

চাৰ্কিট ওভাৰচিয়াৰসকলে আমাক কেনেকৈ সহায় কৰে?

চাৰ্কিট ওভাৰচিয়াৰসকলে কিয় মণ্ডলীবোৰ পৰিদৰ্শন কৰে?

LESSON ১৮

বিপত্তিৰ সময়ত আমি আমাৰ ভাই-ভনীসকলক কেনেকৈ সহায় কৰোঁ?

যেতিয়া কিবা প্ৰাকৃতিক দুৰ্যোগে দেখা দিয়ে, তেতিয়া যিহোৱাৰ সাক্ষীসকলে লগে লগে তেওঁলোকৰ ভাই-ভনীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে। কেনেকৈ বাৰু?

LESSON ১৯

বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?

অন্তিম কালত শিষ্যসকলক আধ্যাত্মিক আহাৰ নিয়মিতৰূপে যোগান ধৰিবলৈ এনে কিছুমান লোকক যীচুয়ে নিযুক্ত কৰিব। এই দাস কোন হয় বাৰু?

LESSON ২০

বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?

প্ৰথম শতিকাত পাঁচনি আৰু বৃদ্ধলোকৰ এটা সৰু দলে যিৰূচালেমত প্ৰশাসন গোষ্ঠী হিচাপে কাৰ্য্য কৰিছিল। বৰ্তমান সময়ত কোন লোকসকল আছে?

LESSON ২১

বেথেল কি হয়?

বেথেল হৈছে এক গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰা ঠাই। বেথেল ঘৰবোৰত সেৱা কৰা লোকসকলৰ বিষয়ে আৰু শিকক।

LESSON ২২

শাখা কাৰ্য্যালয়ত কি কাম কৰা হয়?

আমাৰ যি কোনো শাখা কাৰ্য্যালয় আপুনি চাবলৈ পাৰে।শাখা কাৰ্য্যালয়খন চাবলৈ আমি আপোনাক আদৰিণ জনাইছো।

LESSON ২৩

আমাৰ প্ৰকাশনবোৰ লিখা আৰু অনুবাদ কেনেকৈ কৰা হয়?

যিহোৱাৰ সাক্ষীসকলে শুভবাৰ্ত্তা ঘোষণা কৰিবলৈ ৭৫০ তকৈ বেছি ভাষাত প্ৰকাশনবোৰ অনুবাদ কৰে। এই এক কঠিন কাম আমি কেনেকৈ কৰোঁ বাৰু?

LESSON ২৪

আমাৰ বিশ্বজুৰি হৈ থকা কাৰ্য্যবোৰৰ খৰচ কেনেকৈ বহন কৰা হয়?

বৰঙণিবোৰৰ বিষয়ে অন্য ধৰ্মতকৈ আমাৰ সংগঠন কি অৰ্থত বেলেগ?

LESSON ২৫

ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?

যিহোৱাৰ সাক্ষীসকলে উপাসনা কৰা ঠাইখনক কিয় ৰাজ্যগৃহ বুলি কয়? এই ৰাজ্যগৃহবোৰে আমাৰ মণ্ডলীবোৰক কেনেকৈ সহায় কৰে তাৰ বিষয়ে শিকক।

LESSON ২৬

আমি কেনেকৈ আমাৰ ৰাজ্যগৃহৰ তত্ত্বাৱধান লওঁ?

এক পৰিষ্কাৰ আৰু ভাল ৰাজ্যগৃহত আমাৰ ঈশ্বৰক উপাসনা কৰা হয়। ৰাজ্যগৃহখন পৰিষ্কাৰ কৰি ৰাখিবলৈ কি ব্যৱস্থা কৰা হৈছে?

LESSON ২৭

ৰাজ্যগৃহত থকা লাইব্ৰেৰীৰপৰা আমি কেনেকৈ লাভৱান হওঁ?

বাইবেলৰ জ্ঞান বৃদ্ধি কৰিবলৈ আপুনি অলপ অনুসন্ধান কৰিব বিচাৰেনে? ৰাজ্যগৃহত থকা লাইব্ৰেৰীখনে আপোনাক অনুসন্ধান কৰিবলৈ সহায় কৰিব।

LESSON ২৮

আমাৰ ৱেবছাইটত কি কি আছে?

আমাৰ বিশ্বাস আৰু আমাৰ বিষয়ে আপুনি বাইবেলৰপৰা উত্তৰ পাব।

আপুনি যিহোৱা ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবনে?

যিহোৱা ঈশ্বৰে আপোনাক ভাল পায়। আপুনি দৈনন্দীন জীৱনত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব পাৰিব, তাক কেনেকৈ দেখুৱাব?