“ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা”

এই কিতাপখনে আপোনাক বাইবেলৰ সিদ্ধান্তবোৰ নিজৰ জীৱনত পালন কৰিবলৈ আৰু নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ সহায় কৰিব।

প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীয়ে যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলক যীচু খ্ৰীষ্টৰ আৰ্হিক অনুকৰণ কৰাৰ বাবে উৎসাহিত কৰিছে, যিয়ে ঈশ্বৰৰ প্ৰেমত নিজকে বজাই ৰাখিছিল।

অধ্যায় ১

“ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”

আপুনি কেনেকৈ ঈশ্বৰৰ প্ৰতি প্ৰেম দেখুৱাব পাৰে, তাৰ বিষয়ে বাইবেলে এক সৰল ভাষাত বৰ্ণনা কৰিছে।

অধ্যায় ২

আমি আমাৰ বিবেক কেনেকৈ শুদ্ধ ৰাখিম?

যদি ঈশ্বৰৰ দৃষ্টিত শুদ্ধ নহয়, তেনেহ’লে এক শুদ্ধ বিবেক ৰখা সম্ভৱনে?

অধ্যায় ৩

ঈশ্বৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰক

যেতিয়া বন্ধুত্ব কৰাৰ কথা আহে, তেতিয়া যিহোৱা ঈশ্বৰে বিশেষ ধ্যান দিয়ে। গতিকে আমিও তেনে কৰা উচিত।

অধ্যায় ৪

অধিকাৰীসকলক কিয় সন্মান কৰা উচিত?

যিহোৱা ঈশ্বৰে কিয় আমাক অধিকাৰীসকলৰ আজ্ঞা পালন কৰিবলৈ কৈছে, তাৰ বিষয়ে পবিত্ৰ শাস্ত্ৰই জীৱনৰ তিনিটা দিশ চিনাক্ত কৰিছে

অধ্যায় ৫

জগতৰপৰা কেনেকৈ পৃথকে থাকিব

আমি জগতৰপৰা পৃথকে থকাৰ পাঁচটা পদ্ধতি ঈশ্বৰৰ বাক্যই চিনাক্ত কৰিছে।

অধ্যায় ৬

ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব

বুদ্ধিমতাৰে নিৰ্ণয় ল’বলৈ তিনিটা প্ৰশ্নই আপোনাক সহায় কৰিব।

অধ্যায় ৭

ঈশ্বৰৰ দৰে আপুনিও জীৱনক বহুমূলীয়া বুলি গণ্য কৰেনে?

কেৱল এজন ব্যক্তিৰ প্ৰাণ হানি নকৰাই যথেষ্ট নেকি?

অধ্যায় ৮

পৰিষ্কাৰ লোকক ঈশ্বৰে প্ৰেম কৰে

পবিত্ৰ শাস্ত্ৰই আপোনাক যিহোৱাৰ দৃষ্টিত যি বেয়া, সেই অভ্যাসবোৰৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব।

অধ্যায় ৯

“ব্যভিচাৰৰ পৰা পলোৱা”

প্ৰতিবছৰে হাজাৰ হাজৰ সত্য খ্ৰীষ্টানে যৌন অনৈতিকতাত লিপ্ত হয়। আপুনি নিজকে কেনেকৈ এই প্ৰলোভনৰপৰা আঁতৰাই ৰাখিব পাৰে?

অধ্যায় ১০

বিবাহ—ঈশ্বৰৰপৰা এক উপহাৰ

এক সফল বিবাহৰ বাবে আপুনি কেনেকৈ তৈয়াৰী কৰিব পাৰে? যদি আপুনি বিবাহিত, তেনেহ’লে আপোনাৰ বিবাহিত জীৱন কেনেকৈ স্থায়ী কৰি তুলিব?

অধ্যায় ১১

‘সকলোৰে মাজত বিবাহ আদৰণীয় হওক’

নিজৰ বিবাহিত জীৱন উন্নতি কৰিবলৈ ছটা প্ৰশ্নই আপোনাক সহায় কৰিব।

অধ্যায় ১২

এনে কথা কওক যিয়ে “অনুগ্ৰহ দান” কৰিব পাৰে

আপোনাৰ কথা-বতৰাই আনক আঘাত কৰে, নে সুস্থ কৰি তোলে? যিহোৱা ঈশ্বৰে দিয়া এই উপহাৰক, তেওঁ বিচৰা অনুসৰি ব্যৱহাৰ কৰিবলৈ শিকক।

অধ্যায় ১৩

যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে

কিছুমান উৎসৱ আৰু বন্ধৰ দিন হয়তো ঈশ্বৰক প্ৰশংসা কৰা যেন লাগিব পাৰে, কিন্তু ই আচলতে ঈশ্বৰক বেজাৰ কৰে।

অধ্যায় ১৪

সকলো বিষয়তে সদাচাৰ হওক

আনৰ প্ৰতি সদাচাৰ হৈ থকাৰ আগতে আপুনি প্ৰথমে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে।

অধ্যায় ১৫

আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হওক

পাঁচটা প্ৰশ্নৰ উত্তৰে আপোনাক নিৰ্দিষ্ট চাকৰিটো গ্ৰহণ কৰিব নে নকৰে তাৰ বিষয়ে চিন্তা কৰিবলৈ সহায় কৰিব।

অধ্যায় ১৬

চয়তান আৰু তাৰ ধূৰ্ত ছলনাবোৰৰ বিৰোধ কৰক

আমি চয়তানৰ শক্তি আছে বুলি বিশ্বাস কৰোঁ, কিন্তু ইয়াৰ বিষয়ে আমি বেছি চিন্তা কৰি নাথাকোঁ। কিয় বাৰু?

অধ্যায় ১৭

আপোনাৰ পবিত্ৰ বিশ্বাস দৃঢ় কৰক

আপুনি নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ এই তিনিটা পদক্ষেপে আপোনাৰ বিশ্বাস দৃঢ় কৰাত সহায় কৰিব।

অতিৰিক্ত লেখ

মণ্ডলীৰপৰা বহিষ্কাৰ কৰা কোনো ব্যক্তিৰ লগত আমি কেনে ব্যৱহাৰ কৰা উচিত?

এনে লোকসকলৰ লগত কোনো যোগাযোগ নৰখা সঁচাকৈ প্ৰয়োজননে?

অতিৰিক্ত লেখ

ওৰণি লোৱা—ক’ত আৰু কিয় প্ৰয়োজন?

বাইবেলে তিনিটা ক্ষেত্ৰৰ বিষয়ে চিনাক্ত কৰিছে, যিয়ে আপোনাক এই প্ৰশ্নৰ উত্তৰ জানিবলৈ সহায় কৰিব পাৰে।

অতিৰিক্ত লেখ

পতাকা চেলামি, ভোট দিয়া আৰু অসামৰিক সেৱা

এই বিষয়বোৰত এক শুদ্ধ বিবেক বজাই ৰাখিবলৈ শাস্ত্ৰৰ কি নিৰ্দেশনাই আপোনাক সহায় কৰিব?

অতিৰিক্ত লেখ

তেজৰপৰা উলিওৱা ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ আৰু অস্ত্ৰোপচাৰ পদ্ধতি

কেইটামান সাধাৰণ পদক্ষেপ লোৱাৰ যোগেদি আপুনি চিকিৎসাৰ লগত জড়িত থকা প্ৰত্যাহ্বানবোৰ সফলতাৰে পাৰ কৰিব পাৰিব।

অতিৰিক্ত লেখ

হস্তমৈথুন অভ্যাসৰ ওপৰত জয় লাভ কৰক

আপুনি এই বেয়া অভ্যাসৰপৰা কেনেকৈ ওলাই আহিব পাৰিব?

অতিৰিক্ত লেখ

বিবাহ বিচ্ছেদ আৰু পৃথকে থকাৰ বিষয়ে বাইবেলৰ দৃষ্টিভংগী

বাইবেলৰ অনুসৰি, এজন বিবাহ বিচ্ছেদ কৰা ব্যক্তিয়ে পুনৰ বিবাহ কেতিয়া কৰিব পাৰে?

অতিৰিক্ত লেখ

ব্যৱসায়ৰ লগত জড়িত থকা বিবাদবোৰ মীমাংসা কৰা

এজন খ্ৰীষ্টানে, সংগী খ্ৰীষ্টানৰ বিৰুদ্ধে মোকৰ্দ্দমা দিয়াটো উচিতনে?