ঈশ্বৰৰ বিষয়ে সন্তানক শিক্ষা দিয়ক

পিতৃ-মাতৃসকল, এই কাহিনীবোৰৰ যোগেদি নিজৰ ল’ৰা-ছোৱালীক বাইবেলৰপৰা বহুমূলীয়া শিক্ষা দিয়ক।

পৰিচয়

ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ দ্বিতীয় বিবৰণ কিতাপত উল্লেখ কৰা বিষয়বোৰে আপোনাক সহায় কৰিব পাৰে।

LESSON ১

এক গোপন কথা জনাৰ আনন্দ

বাইবেলত এক বিশেষ “নিগূঢ়-তত্ত্ব” অৰ্থাৎ গোপন কথাৰ বিষয়ে উল্লেখ আছে। তুমি এই গোপন কথাষাৰ জানিব বিচাৰানে?

LESSON ২

ৰিবেকাই যিহোৱাক সুখী কৰিব বিচাৰিছিল

ৰিবেকাৰ দৰে হ’বলৈ আমি কি কৰিব লাগিব?কাহিনীটো পঢ়ি, ৰিবেকাৰ বিষয়ে শিকক।

LESSON ৩

ৰাহাবে যিহোৱা ঈশ্বৰক বিশ্বাস কৰিছিল

ৰাহাব আৰু তাইৰ পৰিয়ালৰ লোকসকলে কেনেকৈ ৰক্ষা পৰিল, তাৰ বিষয়ে শিকিবলৈ এই কাহিনীটো পঢ়ক।

LESSON ৪

তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল

যিপ্তহৰ জীয়েকে কি কথা ৰাখিছিল? আমি তাইক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

LESSON ৫

যি ভাল চমূৱেলে তাকে কৰিছিল

আমি কেনেকৈ চমূৱেলক অনুকৰণ কৰিব পাৰোঁ? আনে বেয়া কাম কৰিলেও যি সত্য তাক আমি কেনেকৈ কৰিব পাৰোঁ?

LESSON ৬

দায়ূদে ভয় কৰা নাছিল

কিহে দায়ূদক ইমান সাহসী কৰি তুলিছিল, তাৰ বিষয়ে জানিবলৈ বাইবেলৰ এই কাহিনীটো পঢ়ক।

LESSON ৭

তুমি কেতিয়াবা অকলশৰীয়া আৰু ভয় অনুভৱ কৰিছানে?

এলিয়াই অকলশৰীয়া অনুভৱ কৰাৰ সময়ত যিহোৱা ঈশ্বৰে কি কৈছিল? এলিয়াৰ যি ঘটিল তাৰপৰা তুমি কি শিকিব পাৰা?

LESSON ৮

যোচিয়াৰ বন্ধু

বাইবেলে উল্লেখ কৰিছে যে যোচিয়া নামৰ এজন সৰু ল’ৰাৰ বাবেও এনে কৰা সহজ নাছিল। তেওঁৰ বন্ধুকেইজনে কেনেকৈ সহায় কৰিলে তাৰ বিষয়ে শিকক।

LESSON ৯

যিৰিমিয়াই যিহোৱাৰ বিষয়ে ক’বলৈ বন্ধ নকৰিলে

যিৰিমিয়াক লোকসকলে ঠাট্টা আৰু খং কৰাৰ সত্ত্বেও তেওঁ কিয় যিহোৱা ঈশ্বৰৰ বিষয়ে ক’বলৈ বন্ধ কৰা নাছিল?

LESSON ১০

যীচু খ্ৰীষ্ট আজ্ঞাকাৰী আছিল

সদায় পিতৃ-মাতৃৰ আজ্ঞাকাৰী হোৱাটো সহজ নহয়। যীচুৰ উদাহৰণে কেনেকৈ আপোনাক সহায় কৰিব, তাৰ বিষয়ে শিকক।

LESSON ১১

তেওঁলোকে যীচুৰ বিষয়ে লিখিছিল

যীচুৱে পৃথিৱীত থকাৰ সময়ত জীৱিত থকা আঠজন বাইবেলৰ লেখকৰ বিষয়ে শিকক।

LESSON ১২

এজন সাহসী ডেকা

এই ডেকাজনে মোমায়েকৰ জীৱন ৰক্ষা কৰিছিল। তেওঁ কি কৰিছিল?

LESSON ১৩

তীমথিয়ে লোকসকলক সহায় কৰিব বিচাৰিছিল

তীমথিয়ৰ দৰে তুমিও কেনেকৈ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব পাৰিবা?

LESSON ১৪

এখন ৰাজ্যই পৃথিৱীজুৰি শাসন কৰিব

যীচুৱে শাসন কৰাৰ সময়ত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হ’ব? তুমি তাত থাকিব বিচাৰানে?