পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক

পঢ়া আৰু শিক্ষা দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে সহায় কৰিবলৈ এই প্ৰকাশনখন প্ৰস্তুত কৰা হৈছে।

প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি

আমি এনে গুৰুত্বপূৰ্ণ বাৰ্ত্তাৰ বিষয়ে শিক্ষা দিবলৈ সুযোগ লাভ কৰিছোঁ, যি বাৰ্ত্তাৰ বিষয়ে মানৱজাতিয়ে আগতে কেতিয়াও শুনা নাই।

অধ্যায় ১

কাৰ্য্যকাৰী পৰিচয়

কাৰ্য্যকাৰীৰূপে আগবঢ়োৱা পৰিচয়ে তিনিটা উদ্দেশ্য পূৰ কৰে।

অধ্যায় ২

আলোচনা কৰাৰ পদ্ধতি

আলোচনা কৰাৰ পদ্ধতিয়ে প্ৰকাশ কৰিব যে আপোনাৰ আলোচনাৰ বিষয় আৰু শ্ৰোতাসকলৰ বিষয়ে আপুনি কেনে অনুভৱ কৰে।

অধ্যায় ৩

প্ৰশ্নৰ ব্যৱহাৰ

শ্ৰোতাসকলৰ আগ্ৰহ জগাবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়টো জোৰ দিবলৈ কৌশলতাৰে প্ৰশ্ন সোধক।

অধ্যায় ৪

প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক

কোনো এটা শাস্ত্ৰপদ পঢ়াৰ আগতে শ্ৰোতাসকলৰ মন কেনেকৈ প্ৰস্তুত কৰিব পাৰি, তাৰ বিষয়ে চিন্তা কৰক।

অধ্যায় ৫

সঠিকভাৱে পঢ়া

সঠিকভাৱে পঢ়া হৈছে যিহোৱা ঈশ্বৰৰ জ্ঞান লোকসকললৈ প্ৰেৰণ কৰাৰ মূল উপায়।

অধ্যায় ৬

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

আপুনি পঢ়া শাস্ত্ৰপদ আৰু কʼব বিচৰা বিষয়টোৰ মাজত থকা সম্বন্ধৰ বিষয়ে স্পষ্টৰূপে বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

অধ্যায় ৭

সঠিক আৰু যুক্তিসংগত

শ্ৰোতাসকলে সঠিক মীমাংসাত উপনীত হʼবলৈ নিৰ্ভৰযোগ্য তথ্য ব্যৱহাৰ কৰক।

অধ্যায় ৮

শিক্ষাত দৃষ্টান্তৰ ব্যৱহাৰ

শ্ৰোতাসকলৰ হৃদয় স্পৰ্শ কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ শিক্ষা দিবলৈ সহজ-সৰল দৃষ্টান্ত ব্যৱহাৰ কৰক।

অধ্যায় ৯

ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ

সহজে মনত ৰাখিবলৈ ছবি আৰু ভিডিঅʼবোৰ ব্যৱহাৰ কৰক।

অধ্যায় ১০

কণ্ঠস্বৰ উঠা-নমা

আপোনাৰ ধ্বনি, স্বৰ আৰু কথাৰ গতি পৰিৱৰ্তন কৰাৰ যোগেদি আপুনি শ্ৰোতাসকলৰ ভাৱনা জাগ্ৰত কৰক আৰু তেওঁলোকক কাৰ্য্য কৰিবলৈ উৎসাহিত কৰক।

অধ্যায় ১১

উৎসাহ

উৎসাহেৰে দিয়া ভাষণে আপোনাৰ অনুভূতি প্ৰকাশ কৰিব আৰু শ্ৰোতাসকলৰ আগ্ৰহ বজাই ৰাখিবলৈ সহায় কৰিব।

অধ্যায় ১২

স্নেহ আৰু সহানুভূতি

যদি আপুনি স্নেহ আৰু সহানুভূতি দেখুৱাই কথা পাতে, তেনেহʼলে ইয়ে দেখুৱাব যে আপুনি শ্ৰোতাসকলৰ যত্ন লয়।

অধ্যায় ১৩

তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা

বিষয়টোৱে শ্ৰোতাসকলৰ জীৱনত কেনেকৈ প্ৰভাৱিত কৰিব, তাৰ বিষয়ে তেওঁলোকক বুজিবলৈ সহায় কৰক আৰু শিকা বিষয়বোৰ তেওঁলোকে নিজৰ জীৱনত কেনেকৈ প্ৰয়োগ কৰিব পাৰে, তাক বৰ্ণনা কৰক।

অধ্যায় ১৪

মূল বিষয়বোৰ স্পষ্ট কৰক

আপোনাৰ ভাষণ মনোযোগেৰে শুনিবলৈ শ্ৰোতাসকলক সহায় কৰক। প্ৰতিটো মূল বিষয়ৰ লগত, আপোনাৰ ভাষণৰ উদ্দেশ্য আৰু ভাষণৰ বিষয়বস্তু কেনেকৈ জড়িত আছে, তাক স্পষ্টৰূপে বৰ্ণনা কৰক।

অধ্যায় ১৫

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক

সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰক। আপুনি যি কৈছে, সেয়া সত্য আৰু গুৰুত্বপূৰ্ণ হয় বুলি নিশ্চয়তাৰে বৰ্ণনা কৰক।

অধ্যায় ১৬

উৎসাহজনক আৰু ইতিবাচক

সেই বিষয়বোৰৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰক, যাৰ দ্বাৰা পৰিস্থিতি উন্নতি কৰিব আৰু শ্ৰোতাসকলে বেছিকৈ কৰিবলৈ অনুপ্ৰাণিত হʼব। ঈশ্বৰৰ বাক্যৰ প্ৰতি ধ্যান আকৰ্ষণ কৰাওক।

অধ্যায় ১৭

আনে বুজাত সহজ কৰক

আপোনাৰ বাৰ্ত্তাৰ অৰ্থ বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক। মূল বিষয়বোৰ স্পষ্টভাৱে তুলি ধৰক।

অধ্যায় ১৮

শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে

বিষয়টো এনেধৰণে প্ৰস্তুত কৰক যাতে শ্ৰোতাসকলে গভীৰভাৱে চিন্তা কৰিবলৈ উৎসাহিত হয় আৰু তেওঁলোকে কিবা গুৰুত্বপূৰ্ণ বিষয় শিকিছে বুলি, বুজিবলৈ সহায় কৰক।

অধ্যায় ১৯

হৃদয় স্পৰ্শ কৰাৰ প্ৰচেষ্টা

ঈশ্বৰৰ প্ৰতি আৰু তেওঁৰ বাক্যৰ প্ৰতি প্ৰেম থকা কিমান যে প্ৰয়োজন, তাক বুজিবলৈ শ্ৰোতাসকলক সহায় কৰক।

অধ্যায় ২০

প্ৰভাৱশালী সামৰণি

প্ৰভাৱশালী সামৰণিয়ে শিকা বিষয়বোৰ গ্ৰহণ কৰিবলৈ আৰু নিজৰ জীৱনত পালন কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰিব।

আপোনাৰ প্ৰগতিৰ বিষয়ে লিখক

আপোনাৰ পঢ়া আৰু শিক্ষাৰ দক্ষতা প্ৰগতি কৰাৰ বিষয়ে লিখক।

You May Also Like

ধাৰাবাহিক ভিডিঅʼ

পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক—ভিডিঅ’

লোকসকলৰ আগত পঢ়া আৰু শিক্ষা দিয়াৰ দক্ষতা আহৰণ কৰক।