আজৰি সময়
মনোৰঞ্জনে আপোনাক সতেজ কৰিব পাৰে বা ক্লান্ত কৰিব পাৰে! আপুনি নিজৰ আজৰি সময় কেনেকৈ বুদ্ধিমতাৰে ব্যৱহাৰ কৰিব পাৰে, এই বিষয়ে জানক।
ভিডিঅ’ গেম: আপুনি সঁচাকৈ জয় লাভ কৰিছেনে?
ভিডিঅ’ গেম খেলি ভাল লাগে, কিন্তু ইয়ে কিছুমান বিপদো আনে। আপুনি কেনেকৈ এই বিপদৰ পৰা বাচি থাকি, প্ৰকৃত জয় লাভ কৰিব পাৰে?