আধ্যাত্মিকতা
বাইবেলৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰাটো সহজ নহয়, কিন্তু ইয়ে কেনেকৈ আমাক অনন্ত জীৱনলৈ লৈ যায়, এই বিষয়ে চাওক।
ঈশ্বৰৰ ওপৰত বিশ্বাস
মোৰ বিশ্বাসৰ কাৰণ—বিবৰ্তন নে সৃষ্টি কৰা হৈছে
স্কুলত বিবৰ্তনৰ বিষয়ে শিকোৱাৰ সময়ত কেনেকৈ ফাবিয়ান আৰু মাৰিথ নিজৰ বিশ্বাসৰ বিষয়ে বুজালে।
ঈশ্বৰৰ কাষ কেনেকৈ চাপিব পাৰি
মই কিয় প্ৰাৰ্থনা কৰা উচিত?
প্ৰাৰ্থনা কৰিলে কেৱল মনৰ শান্তি পোৱা যায়নে অথবা ইয়াৰ আৰু কিবা লাভ আছে?
আমি কিয় ৰাজ্যগৃহলৈ যোৱা উচিত?
যিহোৱাৰ সাক্ষীসকলে সপ্তাহত দুবাৰকৈ উপাসনাৰ স্থানত সভাৰ বাবে একগোট হয় আৰু এই উপাসনাৰ স্থানক ৰাজ্যগৃহ বুলি কোৱা হয়। এই সভাবোৰত কি হয়? আপুনি তাত উপস্থিত হʼলে কেনেকৈ লাভৱান হʼব পাৰে?
বাইবেল পঢ়ক আৰু অধ্যয়ন কৰক
মোৰ বিশ্বাসৰ কাৰণ—ঈশ্বৰৰ নিয়ম মানিম নে নিজৰ ইচ্ছা?
ডেকাসকলে জনাইছে যে কেনেকৈ তেওঁলোকে সমনীয়াৰ পৰা অহা হেচাঁক সন্মুখীন হব পাৰিলে।
বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ১: বাইবেলৰ বিষয়ে বেছিকৈ জানক
যদি আপুনি ৰত্নৰে ভৰা এটা পুৰণি বাকচ পায়, তেনেহʼলে তাৰ ভিতৰত কি আছে আপোনাক চাবলৈ মন নাযাবনে? বাইবেলখনো ৰত্নৰে ভৰা এটা পুৰণি বাকচৰ দৰে হয়। ইয়াত আপুনি বহুতো ৰত্ন পাব অৰ্থাৎ এনে কিছুমান পৰামৰ্শ লাভ কৰিব, যিবোৰে আপোনাক সহায় কৰিব।
বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?—ভাগ ২: বাইবেল পঢ়া আনন্দপূৰ্ণ কৰি তোলক
পদবোৰ জীৱন্ত কৰি তোলাৰ পাঁচটা উপায়।
আধ্যাত্মিকভাৱে উন্নতি কৰক
ভুল হʼলে মই কি কৰিম?
আপুনি হয়তো ভাবিব পাৰে যে সমস্যাৰ সমাধান কৰাটো কঠিন হʼব, কিন্তু ইমান কঠিন নহʼবও পাৰে।
মোৰ বিশ্বাসৰ কাৰণ—প্ৰেমে পক্ষপাতৰ ওপৰত জয় লাভ কৰে
পক্ষপাতেৰে ভৰা জগতখনত প্ৰেম—পক্ষপাতৰ বিৰোধে থিয় হʼবলৈ আমি কি কৰিব পাৰোঁ?