Skip to content

টেকনʼলজি

যদি আপোনাৰ ওচৰত স্মাৰ্ট ফোন বা বেলেগ ইলেক্ট্ৰনিক ডিভাইচ আছে আৰু আপুনি তাত বহুত সময় কটাইছে, তেনেহʼলে আপুনি ইয়াক কেনেকৈ নিয়ন্ত্ৰণ ৰাখিব?

ইলেক্ট্ৰনিক ডিভাইচ

ভিডিঅ’ গেম: আপুনি সঁচাকৈ জয় লাভ কৰিছেনে?

ভিডিঅ’ গেম খেলি ভাল লাগে, কিন্তু ইয়ে কিছুমান বিপদো আনে। আপুনি কেনেকৈ এই বিপদৰ পৰা বাচি থাকি, প্ৰকৃত জয় লাভ কৰিব পাৰে?

আপুনি কাৰ নিয়ন্ত্ৰনত আছে—নিজৰ নে ফোনৰ?

আপুনি হয়তো আধুনিক টেকন’লজিৰ জগতত জীয়াই আছে, কিন্তু ইয়ে আপোনাক নিয়ন্ত্ৰন কৰাৰ প্ৰয়োজন নাই। আপোনাৰ ডিভাইচে আপোনাক নিয়ন্ত্ৰনত ৰাখিছে বুলি কেনেকৈ জানিব পাৰি? যদি আপুনি ডিভাইচৰ নিয়ন্ত্ৰনত আছে, আপুনি ইয়াৰ পৰা কেনেকৈ বাহিৰলৈ ওলাব পাৰিব?

চ’চিয়েল মিডিয়া

বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক

আপোনাৰ বন্ধুসকলৰ লগত অনলাইনত যোগাযোগ কৰোঁতে আনন্দ কৰক আৰু সুৰক্ষিত থাকক।