পৰিয়াল
আপোনাৰ মা-দেউতা, ভাইটি-ভন্টি বা দাদা-বাইদেউৰ লগত কিবা সমস্যা আছে নেকি? বাইবেলে আপোনাক এনেধৰণৰ সমস্যা আৰু পৰিয়ালৰ লগত জড়িত আন সমস্যাবোৰো সন্মুখীন হʼবলৈ সহায় কৰিব পাৰে।
পিতৃ-মাতৃৰ লগত সম্পৰ্ক
মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?
এইদৰে কৰিলে আপুনি ভবাতকৈ বেছি আপোনাৰ লাভ হʼব।
মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?
মা-দেউতাৰ লগত যোগাযোগ কৰিবলৈ এই উপায়বোৰে আপোনাক সহজ কৰি তুলিব।
মই বেছিকৈ স্বাধীনতা কেনেকৈ লাভ কৰিব পাৰোঁ?
আপুনি বিচাৰে যে আপোনাৰ লগত ডাঙৰ নিচিনা ব্যৱহাৰ কৰাটো, কিন্তু আপোনাৰ মা-দেউতায়ে এইদৰে নাভাবে। তেওঁলোকৰ বিশ্বাস অৰ্জন কৰিবলৈ আপুনি কি পদক্ষেপ লব?