বেয়া অভ্যাস
বেয়া অভ্যাসবোৰ আঁকোৱালি লোৱাটো সহজ, কিন্তু এৰাটো কঠিন! এই ভাগত বহুতো বেয়া অভ্যাসৰ বিষয়ে জনোৱা হৈছে, লগতে এই অভ্যাসবোৰ এৰি কেনেকৈ ভাল অভ্যাসবোৰ আঁকোৱালি লʼব পাৰি।
কথা-বতৰা
পৰচৰ্চা কৰাৰপৰা মই কেনেকৈ দূৰে থাকিম?
যেতিয়া আপোনাৰ কথা-বতৰা পৰচৰ্চালৈ পৰিণত হয়, পদক্ষেপ লওক!
গালি পৰাটো সচাঁকৈ ভুলনে?
সাধাৰণতে কোৱা বেয়া কথা-বতৰাৰ পৰা কি অনিষ্ট হʼব পাৰে?
Addictions
নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব
বহুতো লোকে চিগাৰেট খায় কিন্তু কিছুমান লোকে এই অভ্যাস এৰিবলৈ চেষ্টা কৰে। কিয়? চিগাৰেট খোৱাটো হঁচাকৈ ইমান বেয়া নে?
সময়ৰ ভাল ব্যৱহাৰ
বাহানা মৰাৰ বিষয়ে সমনীয়াই কি কয়
যুৱক-যুৱতী সকলৰ পৰা শুনক যে বাহানা মাৰিলে কি কি বিপদ আহিব পাৰে কিন্তু সময়ৰ ভালদৰে ব্যৱহাৰ কৰিলে কি কি লাভ হ’ব পাৰে।