Skip to content

স্বাস্থ্য

আমি স্বাস্থ্যৱান কেনেকৈ হৈ থাকিব পাৰোঁ আৰু বেমাৰৰ লগত কেনেকৈ যুঁজিব পাৰোঁ, এই বিষয়ে চাওক। আপোনাৰ পৰিস্থিতি যিয়ে নহওঁক কিয়, বাইবেলৰ পৰামৰ্শই আপোনাক স্বাস্থ্যৱান হৈ থাকিবলৈ সহায় কৰিব।

স্বাস্থ্যৰ ভাবুকি

মদ খোৱাৰ পৰিণামৰ বিষয়ে চিন্তা কৰক

মদৰ প্ৰভাৱত বহুতো লোকে এনে কথা বা কাম কৰে যাৰ বাবে পাছত পশ্চতাব লগীয়া হয়। মদ খোৱাৰ সমস্যা আৰু অপব্যৱহাৰ পৰা আপুনি নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে?

নিজৰ জীৱনটো ধোঁৱাত উৰাই নিদিব

বহুতো লোকে চিগাৰেট খায় কিন্তু কিছুমান লোকে এই অভ্যাস এৰিবলৈ চেষ্টা কৰে। কিয়? চিগাৰেট খোৱাটো হঁচাকৈ ইমান বেয়া নে?