Skip to content

এক নতুন জীৱনৰ আৰম্ভণি

এক নতুন জীৱনৰ আৰম্ভণি

সৰুৰে পৰা ছেৰ্গেই নিজকে অকলশৰীয়া অনুভৱ কৰিছিল। তেওঁ নিজৰ জীৱনৰ উদ্দেশ্য বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে, যাৰ উত্তৰ তেওঁ দুঘণ্টা পাছতে পালে।