প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ ডিচেম্বৰ 2020

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ফেব্ৰুৱাৰী ১-২৮, ২০২১.

পাঠকসকলৰ প্ৰশ্ন

প্ৰথম কৰিন্থীয়া ১৫:২৯ পদত পৌলে কোৱাৰ অৰ্থ এয়া আছিল নেকি যে তেওঁৰ সময়ছোৱাত খ্ৰীষ্টানসকলে মৃত লোকসকলৰ বাবে বাপ্তিষ্মা লৈছিল?

পাঠকসকলৰ প্ৰশ্ন

হিতোপদেশ ২৪:১৬ পদত লিখা আছে, “ধাৰ্ম্মিক লোক সাত বাৰ পৰিও আকৌ উঠে।” ইয়াৰ অৰ্থ এয়া নেকি যে এজন ব্যক্তিয়ে বাৰে বাৰে পাপ কৰিলেও ঈশ্বৰে তেওঁক ক্ষমা কৰি দিব?