প্ৰহৰীদুৰ্গ—অধ্যয়ন সংস্কৰণ অক্টোবৰ ২০২৪

এই সংখ্যাৰ অধ্যয়নৰ লেখবোৰ ডিচেম্বৰ ৯, ২০২৪–জানুৱাৰী ৫, ২০২৫.

১৯২৪—এশ বছৰৰ আগত

বাইবেল বিদ্যাৰ্থীসকলে ১৯২৪ চনত সাহসেৰে আৰু বেছিকৈ শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ নতুন নতুন পদ্ধতি ব্যৱহাৰ কৰিলে।

অধ্যয়নৰ লেখ ৪০

যিহোৱাই “ভগ্ন-চিত্তীয়াবিলাকক সুস্থ কৰে”

২০২৪ চনৰ ডিচেম্বৰ ৯-১৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪১

যীচুৱে শেষৰ ৪০ দিনত বহুতো কথা শিকালে

২০২৪ চনৰ ডিচেম্বৰ ১৬-২২-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪২

‘মানুহৰ ৰূপত পোৱা উপহাৰৰ’ বাবে কৃতজ্ঞ হওক

২০২৪ চনৰ ডিচেম্বৰ ২৩-২৯-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

অধ্যয়নৰ লেখ ৪৩

নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?

২০২৪ চনৰ ডিচেম্বৰ ৩০–২০২৫ চনৰ জানুৱাৰী ৫-ৰ সপ্তাহত অধ্যয়ন কৰিবলগীয়া লেখ।

আপুনি জানেনে?

ইস্ৰায়েলীসকলৰ বাবে সংগীত বহুত গুৰুত্বপূৰ্ণ আছিল বুলি আমি কিয় কʼব পাৰোঁ?

পাঠকসকলৰ প্ৰশ্ন

চলোমনৰ মন্দিৰৰ বাৰাণ্ডা কিমান ওখ আছিল?

মূখ্য বিষয়বোৰ পুনৰ আলোচনা কৰক

আপোনাৰ লগত এইদৰে হৈছে নে যে আপুনি কিবা পঢ়িলে, কিন্তু আপোনাৰ মনত নাই যে আপুনি কি পঢ়িলে? এনে পৰিস্থিতিত আপুনি কি কৰিব?